শিলচৰ, 20 আগষ্ট : কাছাৰ জিলাত এন আৰ চি ৰ কামত ব্যৱহৃত বাহনৰ মালিক সকলৰ আন্দোলনৰ হুংকাৰ ৷ এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগত NRC ৰ কামত ব্যৱহৃত বাহনৰ বিল নাপালে আন্দোলনত নামিব বাহনৰ মালিক আৰু চালকসকল ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যত চলি থকা এন আৰ চি কামত বহু ব্যক্তিগত বাহন নিয়োজিত কৰা হৈছিলে৷ কিন্তু দেখা গৈছে যি সকলৰ ব্যক্তিগত বাহন এন আৰ চি ৰ কামত নিয়োজিত কৰা হৈছিলে তাৰ অধিকাংশ ভাগ বাহনৰ মালিকে এতিয়ালৈকে পোৱা নাই তেওঁ লোকৰ প্ৰাপ্য টকা ৷ সোমবাৰে এই বিষয়ক লৈ বাহন মালিক সকলে এখন স্মাৰকপত্ৰ প্ৰদান কৰে কাছাৰৰ জিলা উপায়ুক্ত লয়া মাদুৰিক ৷
কাছাৰত এন আৰ চি ৰ কামত ব্যৱহৃত বাহনৰ মালিক প্ৰতিবাদ - উপায়ুক্ত লয়া মাদুৰি
কাছাৰ জিলাত এন আৰ চি ৰ কামত ব্যৱহৃত বাহনৰ মালিক সকলৰ আন্দোলনৰ হুংকাৰ ৷ এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগত NRC ৰ কামত ব্যৱহৃত বাহনৰ বিল নাপালে আন্দোলনত নামিব বাহনৰ মালিক আৰু চালকসকল ৷
![কাছাৰত এন আৰ চি ৰ কামত ব্যৱহৃত বাহনৰ মালিক প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4184557-thumbnail-3x2-cachar-protest.jpg?imwidth=3840)
শিলচৰ, 20 আগষ্ট : কাছাৰ জিলাত এন আৰ চি ৰ কামত ব্যৱহৃত বাহনৰ মালিক সকলৰ আন্দোলনৰ হুংকাৰ ৷ এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগত NRC ৰ কামত ব্যৱহৃত বাহনৰ বিল নাপালে আন্দোলনত নামিব বাহনৰ মালিক আৰু চালকসকল ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাজ্যত চলি থকা এন আৰ চি কামত বহু ব্যক্তিগত বাহন নিয়োজিত কৰা হৈছিলে৷ কিন্তু দেখা গৈছে যি সকলৰ ব্যক্তিগত বাহন এন আৰ চি ৰ কামত নিয়োজিত কৰা হৈছিলে তাৰ অধিকাংশ ভাগ বাহনৰ মালিকে এতিয়ালৈকে পোৱা নাই তেওঁ লোকৰ প্ৰাপ্য টকা ৷ সোমবাৰে এই বিষয়ক লৈ বাহন মালিক সকলে এখন স্মাৰকপত্ৰ প্ৰদান কৰে কাছাৰৰ জিলা উপায়ুক্ত লয়া মাদুৰিক ৷
*SLUG_কাছাৰ জিলাত Nrc ৰ কামত ব্যবহৃত বাহনৰ মালিক সকলৰ আন্দোলনৰ হুংকাৰ ৷ NRC ৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগত NRC ৰ কামত ব্যবহৃত বাহনৰ বিল ন পালে আন্দোলনত নামিব বাহনৰ মালিক আৰু চালক সকল ।Body:*NEWS SILCHAR* 20August
*SLUG_কাছাৰ জিলাত Nrc ৰ কামত ব্যবহৃত বাহনৰ মালিক সকলৰ আন্দোলনৰ হুংকাৰ ৷ NRC ৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগত NRC ৰ কামত ব্যবহৃত বাহনৰ বিল ন পালে আন্দোলনত নামিব বাহনৰ মালিক আৰু চালক সকল ৷*
মহামান্য সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত ৰাজ্যত চলি থকা NRC কামত বহু ব্যক্তিগত বাহন নিয়োজিত কৰা হৈছিলে ৷ কিন্তু দেখা গৈছে যি সকল ব্যক্তিগত বাহন NRC ৰ কামত নিয়োজিত কৰা হৈছিলে তাৰ বেশিৰ ভাগ বাহনৰ মালিক সকলে এতিয়া লৈকে তেওঁ লোকৰ টকা পোৱা নাই ৷ ৩১ আগষ্টত NRC ৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ আগত যদি বিল ন হয় তেনে হলে কি হব এয়া লৈ এতিয়া আতংক পৰিছে বাহন মালিক সকল ৷ যোৱা কালি এই বিষয় লৈ বাহন মালিক সকলে কাছাৰৰ জেলা উপায়ুক্তা শ্ৰীমতী লায়া মাদুৰিৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ স্মাৰকপত্ৰত তেওঁ লোকে উল্লেখ কৰে যে ৩১ আগষ্টৰ আগত তেওঁ লোকৰ নিজ নিজ বাহনৰ PAYMENT ৰ ব্যবস্থা কৰি দিয়াৰ ভাবে ৷ ন হলে তেওঁ লোক আন্দোলনত যাবলৈ বাধ্য থাকিব ৷Conclusion:*NEWS SILCHAR* 20August
*SLUG_কাছাৰ জিলাত Nrc ৰ কামত ব্যবহৃত বাহনৰ মালিক সকলৰ আন্দোলনৰ হুংকাৰ ৷ NRC ৰ চূড়ান্ত তালিকা প্ৰকাশৰ আগত NRC ৰ কামত ব্যবহৃত বাহনৰ বিল ন পালে আন্দোলনত নামিব বাহনৰ মালিক আৰু চালক সকল ৷*
মহামান্য সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত ৰাজ্যত চলি থকা NRC কামত বহু ব্যক্তিগত বাহন নিয়োজিত কৰা হৈছিলে ৷ কিন্তু দেখা গৈছে যি সকল ব্যক্তিগত বাহন NRC ৰ কামত নিয়োজিত কৰা হৈছিলে তাৰ বেশিৰ ভাগ বাহনৰ মালিক সকলে এতিয়া লৈকে তেওঁ লোকৰ টকা পোৱা নাই ৷ ৩১ আগষ্টত NRC ৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ আগত যদি বিল ন হয় তেনে হলে কি হব এয়া লৈ এতিয়া আতংক পৰিছে বাহন মালিক সকল ৷ যোৱা কালি এই বিষয় লৈ বাহন মালিক সকলে কাছাৰৰ জেলা উপায়ুক্তা শ্ৰীমতী লায়া মাদুৰিৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ স্মাৰকপত্ৰত তেওঁ লোকে উল্লেখ কৰে যে ৩১ আগষ্টৰ আগত তেওঁ লোকৰ নিজ নিজ বাহনৰ PAYMENT ৰ ব্যবস্থা কৰি দিয়াৰ ভাবে ৷ ন হলে তেওঁ লোক আন্দোলনত যাবলৈ বাধ্য থাকিব ৷