ETV Bharat / state

ৰোজকান্দি চাহ বাগিচা সাময়িকভাৱে স্থগিত ঘোষণা কৰ্তৃপক্ষৰ - pre lock out

কাছাৰ জিলাৰ ৰোজকান্দি চাহ বাগিচাত মহিলা শ্ৰমিকক মেনেজাৰ ঈশ্বৰ ভাই উবাদিয়াই মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি শ্ৰমিক সকলে বাগানৰ ফেক্টৰি আৰু মেনেজাৰৰ বাংলো ঘেৰাও কৰি ৰখাৰ পাছতেই বাগান সাময়িকভাৱে স্থগিত ঘোষণা কৰে বাগান কৰ্তৃপক্ষই ৷

ৰোজকান্দি চাহ বাগিচা সাময়িকভাৱে স্থগিত ঘোষণা কৰ্তৃপক্ষৰ
author img

By

Published : Jul 26, 2019, 9:27 AM IST

কাছাৰ, 26 জুলাইঃ কাছাৰ জিলাৰ ৰোজকান্দি চাহ বাগিচাত মহিলা শ্ৰমিকক মেনেজাৰ ঈশ্বৰ ভাই উবাদিয়াই মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি শ্ৰমিক সকলে বাগানৰ ফেক্টৰি আৰু মেনেজাৰৰ বাংলো ঘেৰাও কৰি ৰাখিছিল ৷ সেয়ে নিশা নিৰাপত্তাৰ ভয়ত মেনজাৰ ঈশ্বৰ ভাই উবাদিয়াৰ লগতে অন্যান্য মেনেজাৰ সকলে বাগান এৰি পলাই যায় ৷ তাৰ পাছতেই বৃহস্পতিবাৰৰ পৰা সাময়িকভাৱে বাগান স্থগিত ঘোষণা কৰে বাগান কৰ্তৃপক্ষই ৷

ৰোজকান্দি চাহ বাগিচা সাময়িকভাৱে স্থগিত ঘোষণা কৰ্তৃপক্ষৰ

কাছাৰ, 26 জুলাইঃ কাছাৰ জিলাৰ ৰোজকান্দি চাহ বাগিচাত মহিলা শ্ৰমিকক মেনেজাৰ ঈশ্বৰ ভাই উবাদিয়াই মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি শ্ৰমিক সকলে বাগানৰ ফেক্টৰি আৰু মেনেজাৰৰ বাংলো ঘেৰাও কৰি ৰাখিছিল ৷ সেয়ে নিশা নিৰাপত্তাৰ ভয়ত মেনজাৰ ঈশ্বৰ ভাই উবাদিয়াৰ লগতে অন্যান্য মেনেজাৰ সকলে বাগান এৰি পলাই যায় ৷ তাৰ পাছতেই বৃহস্পতিবাৰৰ পৰা সাময়িকভাৱে বাগান স্থগিত ঘোষণা কৰে বাগান কৰ্তৃপক্ষই ৷

ৰোজকান্দি চাহ বাগিচা সাময়িকভাৱে স্থগিত ঘোষণা কৰ্তৃপক্ষৰ
Intro:Breaking News
যোৱাকালিৰ ঘটনাৰ পাছত কাছাৰ জিলাৰ ৰোজকান্দি চা বাগিচা pre লক আউট ঘোষনা কৰিলে বাগিচা কৰ্তৃপক্ষ ৷ মহিলা শ্ৰমিকক মেনজাৰ ইশ্বৰ ভাই উবাদিয়ায় মাৰপিট কৰা কেন্দ্ৰ কৰি উত্তপ্ত হই উঠিছিল বাগিচাৰ শ্ৰমিক সকল ৷ মেনেজাৰৰ গ্ৰফতাৰৰ দাবিত ফেক্টৰি আৰু বাংলা ঘেৰাও কৰি ৰাখিছিলে শ্ৰমিক সকলে ৷ ফেক্টৰী আৰু মেনেজাৰৰ বাংলাত ভাঙ্গচুৰ কৰে শ্ৰমিকে ৷ ৰাতি নিৰপত্তাৰ ভয়ত অন্যান্য মেনেজাৰ বাগান এড়ি গুছি যায় ৷ পাছত আজি লক আউট ঘোষনা কৰে কৰ্তৃপক্ষ ৷Body:Breaking News
যোৱাকালিৰ ঘটনাৰ পাছত কাছাৰ জিলাৰ ৰোজকান্দি চা বাগিচা pre লক আউট ঘোষনা কৰিলে বাগিচা কৰ্তৃপক্ষ ৷ মহিলা শ্ৰমিকক মেনজাৰ ইশ্বৰ ভাই উবাদিয়ায় মাৰপিট কৰা কেন্দ্ৰ কৰি উত্তপ্ত হই উঠিছিল বাগিচাৰ শ্ৰমিক সকল ৷ মেনেজাৰৰ গ্ৰফতাৰৰ দাবিত ফেক্টৰি আৰু বাংলা ঘেৰাও কৰি ৰাখিছিলে শ্ৰমিক সকলে ৷ ফেক্টৰী আৰু মেনেজাৰৰ বাংলাত ভাঙ্গচুৰ কৰে শ্ৰমিকে ৷ ৰাতি নিৰপত্তাৰ ভয়ত অন্যান্য মেনেজাৰ বাগান এড়ি গুছি যায় ৷ পাছত আজি লক আউট ঘোষনা কৰে কৰ্তৃপক্ষ ৷Conclusion:Breaking News
যোৱাকালিৰ ঘটনাৰ পাছত কাছাৰ জিলাৰ ৰোজকান্দি চা বাগিচা pre লক আউট ঘোষনা কৰিলে বাগিচা কৰ্তৃপক্ষ ৷ মহিলা শ্ৰমিকক মেনজাৰ ইশ্বৰ ভাই উবাদিয়ায় মাৰপিট কৰা কেন্দ্ৰ কৰি উত্তপ্ত হই উঠিছিল বাগিচাৰ শ্ৰমিক সকল ৷ মেনেজাৰৰ গ্ৰফতাৰৰ দাবিত ফেক্টৰি আৰু বাংলা ঘেৰাও কৰি ৰাখিছিলে শ্ৰমিক সকলে ৷ ফেক্টৰী আৰু মেনেজাৰৰ বাংলাত ভাঙ্গচুৰ কৰে শ্ৰমিকে ৷ ৰাতি নিৰপত্তাৰ ভয়ত অন্যান্য মেনেজাৰ বাগান এড়ি গুছি যায় ৷ পাছত আজি লক আউট ঘোষনা কৰে কৰ্তৃপক্ষ ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.