কাছাৰ,8 জুলাইঃ ডুবাইবাসীৰ ফলৰ তালিকাত অন্তৰ্ভুক্ত হ'ব অসমৰ মাটিকঁঠাল.. সবিশেষ এই প্ৰতিবেদনত...
ডুবাইত উপলব্ধ অসমৰ মাটিকঁঠাল - etv bharat
লাভৱান হ'ব থলুৱা ব্য়ৱসায়ী..
ডুবাইত উপলব্ধ অসমৰ মাটিকঁঠাল
কাছাৰ,8 জুলাইঃ ডুবাইবাসীৰ ফলৰ তালিকাত অন্তৰ্ভুক্ত হ'ব অসমৰ মাটিকঁঠাল.. সবিশেষ এই প্ৰতিবেদনত...
Intro:News Silchar
কাছাৰ জিলাৰ লক্ষীপুৰৰ আনাৰস দুবাইত ৰপ্তানি ৷ দুবাইৰ বজাৰত এতিয়া স্থান পাব অসমৰ আনাৰস ৷
হয় এয়া এটা বৰাকভেলী তথা সমগ্ৰ ৰাজ্যৰ বাবে ভাল খবৰ যে প্ৰথমবাৰৰ বাবে কাছাৰৰ লক্ষীপুৰৰ মিঠা আৰু বিখ্যাত আনাৰস দুবাইৰ বজাৰত স্থান পাব ৷ Body:
হয় এয়া এটা বৰাকভেলী তথা সমগ্ৰ ৰাজ্যৰ বাবে ভাল খবৰ যে প্ৰথমবাৰৰ বাবে কাছাৰৰ লক্ষীপুৰৰ মিঠা আৰু বিখ্যাত আনাৰস দুবাইৰ বজাৰত স্থান পাব ৷ যোৱা কালি কাছাৰৰ জিলাৰ লক্ষীপুৰত Hmar Farmers produces company , shell biotechs আৰু Agricultural Department যৌথ উদ্দোগত কাছাৰৰ জিলা উপায়ুক্তা শ্ৰীমতী লায়া মাদ্দুৰি আনাৰস বহনকাৰী ৰেফ্ৰিজাৰেটেডৰ কন্টেইনাৰ ভ্যানৰ flagged off কৰি এয়াৰ শুভ আৰম্ভ কৰে ৷ জানিব পৰা মতে, বিশেষ বাবে ডিজাইনৰ এই ৰেফ্ৰিজাৰেটেডৰ কন্টেইনাৰ ভ্যান দিয়ি প্ৰায় দশ হাজাৰ (15 metrictonne) আনাৰস দুবাইত ৰপ্তানি কৰা হৈছে৷ আৰু এয়া প্ৰথম বাৰৰ বাবে দুবাইত আনাৰস ৰপ্তানি কৰা হৈছে বুলি জানিবলৈ দিছে জেলা উপায়ুক্ত লায়া মাদ্দুৰিয়ে ৷ byte - Dc
Conclusion:
এয়া লৈ এতিয়া সমগ্ৰ কাছাৰ জিলাত আনন্দ উল্লাস দেখা দিছে কিহেনো অসমৰ আনাৰস এতিয়া বিদেশত গৈ স্থান পাইছে ৷ আৰু সৰকাৰৰ এনে পদক্ষেপত ব্যবসায়িক সকলৰ মাজত উল্লাস দেখা দিছে ৷ byte -

Last Updated : Jul 9, 2019, 12:01 AM IST