- কাছাৰৰ লক্ষিমপুৰৰ বৰাকত নিখোজ হৈ থকা দুটি শিশুৰ মৃতদেহ উদ্ধাৰ
- শুকুৰবাৰে গা ধুবলৈ গৈ বৰাক নদীত নিখোজ হৈছিল আফসানা বেগম আৰু সাহানাৰা বেগম দুটি কন্যা শিশু
- মৃত আফসানা বেগম আৰু সাহানাৰা বেগম ৰিয়াজ উদ্দিন আৰু ইসাম উদ্দিনৰ কন্যা
- আৰক্ষী আৰু এছডিআৰএফৰ যৌথ অভিযানত শনিবাৰে বৰাক নদীত উদ্ধাৰ হয় শিশু দুটিৰ মৃতদেহ
- ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ মৃতদেহ দুটা
বৰাকত উদ্ধাৰ দুই নিখোজ শিশুৰ মৃতদেহ
বৰাক নদীত উদ্ধাৰ কাছাৰৰ লক্ষিমপুৰৰ নিখোজ হৈ থকা দুটি শিশুৰ মৃতদেহ
বৰাকত উদ্ধাৰ দুটা নিখোজ শিশুৰ মৃতদেহ
- কাছাৰৰ লক্ষিমপুৰৰ বৰাকত নিখোজ হৈ থকা দুটি শিশুৰ মৃতদেহ উদ্ধাৰ
- শুকুৰবাৰে গা ধুবলৈ গৈ বৰাক নদীত নিখোজ হৈছিল আফসানা বেগম আৰু সাহানাৰা বেগম দুটি কন্যা শিশু
- মৃত আফসানা বেগম আৰু সাহানাৰা বেগম ৰিয়াজ উদ্দিন আৰু ইসাম উদ্দিনৰ কন্যা
- আৰক্ষী আৰু এছডিআৰএফৰ যৌথ অভিযানত শনিবাৰে বৰাক নদীত উদ্ধাৰ হয় শিশু দুটিৰ মৃতদেহ
- ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ মৃতদেহ দুটা
Intro:Body:কাছাৰৰ লক্ষিমপুৰত শুক্ৰবাৰ ১টা বাজতে গা ধুবলৈ গৈ বৰাক নদীত নিখোজ এজন ২ নিখোজ শিশু উদ্ধাৰ৷ শিশু গৰাকীৰ নাম আফসানা বেগম(১২),সাহানাৰা বেগম(১১)৷জানিব পৰা মতে শুক্ৰবাৰ স্থানীয় ৰিয়াজ উদ্দিন আৰু ইসাম উদ্দিনৰ দুই ছোৱালী গা ধুবলৈ যাওঁতে ঘটনাটো হল ৷ পিছত পৰিবাৰৰ লোকজন থানাত জনালে সঙ্গে সঙ্গে আৰক্ষী অভিযান চলালে শনিবাৰ তেওঁলোকৰ লাশ উদ্ধাৰ কৰে মৰনোত্তৰ পৰিক্ষাৰ বাৰে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰা হয় ৷Conclusion: