কাছাৰ,19 আগষ্টঃকাছাৰ জিলাৰ ধলাই বিধান সভা সমষ্টিৰ সুখতলা গাঁৱৰ এই স্থানত দুৰ্গা প্ৰতিমা বিসৰ্জন দিয়াৰ লগতে কৰা হয় ছট পূজা ৷ কিন্তু আশ্বৰ্যজনক ভাৱে কোনো দুৰ্বৃত্তই সেই স্থানত গোমাংস পেলোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
গো মাংসকলৈ বিৰ্তক - cachar incident
হিন্দুৰ ধৰ্মীয় স্থানত গো-মাংস পেলোৱাক লৈ বিতৰ্ক
গো মাংসকলৈ বিৰ্তক
কাছাৰ,19 আগষ্টঃকাছাৰ জিলাৰ ধলাই বিধান সভা সমষ্টিৰ সুখতলা গাঁৱৰ এই স্থানত দুৰ্গা প্ৰতিমা বিসৰ্জন দিয়াৰ লগতে কৰা হয় ছট পূজা ৷ কিন্তু আশ্বৰ্যজনক ভাৱে কোনো দুৰ্বৃত্তই সেই স্থানত গোমাংস পেলোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷
Intro:NEWS silchar 19August.. যোৱা কালি আবেলি কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্ঠিৰ সুখতলা গাঁওৰ দুর্গা প্রতিমা বিসর্জন ঘাট তথা ছটপূজা স্থলিত কাটা গোমাংস ফেলি ৰখা লৈ এলাকাত ব্যাপক চাঞ্চল্যৰ সৃষ্ঠি হয় ।
Body:NEWS silchar 19August.. যোৱা কালি আবেলি কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্ঠিৰ সুখতলা গাঁওৰ দুর্গা প্রতিমা বিসর্জন ঘাট তথা ছটপূজা স্থলিত কাটা গোমাংস ফেলি ৰখা লৈ এলাকাত ব্যাপক চাঞ্চল্যৰ সৃষ্ঠি হয় ।
প্রায় এঘন্টা পথ অবৰোধ কৰি বজৰং দল, হিন্দু জাগৰন মঞ্চ ও এলাকাৰ হিন্দু ধর্মাবলম্বী লোক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
দুর্গা প্রতিমা বিসর্জন ঘাট তথা ছটপূজা ঘাটৰ লগতে গৰুৰ কাটা মুণ্ড সহ নাড়িভুড়ি, চামড়া ও বিভিন্ন ঠাইৰ মাংসপিণ্ড ছড়াই পেলাই ৰখা দেখিবলৈ পায় স্থানীয় ৰাইজে । শুকতলা গ্রামৰ এটি অংশত ইসলাম ধর্মাবলম্বী লোকৰ বসতি আৰু আন অংশত আছে হিন্দু সকলৰ বসতি।
হিন্দু অধ্যুষিত এলাকাৰ বিসর্জন ঘাট তথা ছট পূজাস্থলত গোমাংস পেলাই ৰখা লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয়। বজৰংদল, হিন্দু জাগৰন মঞ্চ সহ স্থানীয় হিন্দু সকলে এই ঘটনাক তেওঁৰ ধৰ্মীয় ভাবাবেগত আঘাত হানা হৈছে বুলে প্রতিক্রিয়া ব্যক্ত কৰে।
ঘটনাৰ খবর পাই পৰিস্থিতি নিয়ন্ত্রন কৰিবলৈ সদল বলে ঘটনাস্থলত ছুটি যায় ধলাইর ওসি ভার্গব বৰবৰা ।
তেওঁ ৰাইজক বুঝাই সুজাই পৰিস্থিতি নিয়ন্ত্রনত আনে আৰু পথ অবৰোধ মুক্ত কৰে।
ওসিআৰু তেওঁৰ দল মাংস পিণ্ডবোৰ থানায় লৈ আহে।
আন পিনে বিষয়টি লৈ বজৰং দল, হিন্দু জাগৰন মঞ্চ ও স্থানীয় হিন্দু সকলে ধলাই থানাত এটা মামলা দায়েৰ কৰাৰ পাছত সন্দেহ জনক দুজনক আটক কৰে ধলাই পুলিচ।
ঘটনা লৈ বজৰং দলৰ ভূবনডহৰ জিপিৰ সভাপতি অনুপম মিশ্রয় কয়,
( বাইট, অনুপম মিশ্)Conclusion:NEWS silchar 19August.. যোৱা কালি আবেলি কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্ঠিৰ সুখতলা গাঁওৰ দুর্গা প্রতিমা বিসর্জন ঘাট তথা ছটপূজা স্থলিত কাটা গোমাংস ফেলি ৰখা লৈ এলাকাত ব্যাপক চাঞ্চল্যৰ সৃষ্ঠি হয় ।

( বাইট, অনুপম মিশ্)