- কাছাৰৰ কালাইনত অঘটন
- কালাইনত ইটা ভাটাত হোৱা দুৰ্ঘটনাত বৰ্তমানলৈকে শিশুসহ নিহত পাঁচজন (kalain Brick Kiln Accident)
- দুৰ্ঘটনাটোৰ ফলত ২০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল (Brick Kiln Accident in Kachar)
- নিহত পাঁচজনৰ ভিতৰত আছিল শাশিম আহমেদ (৫ বছৰ) আৰু আবু সুফিয়ান (৩৬ বছৰ)
- এই দুৰ্ঘটনাত নিহত কেইজনৰ ভিতৰত আছিল বিহাৰৰ দুজন শ্ৰমিকো
- উল্লেখ্য যে, ইটা নিৰ্মাণৰ বাবে চিমনিত জুই দিয়াৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো (Brick Kiln Chimney break in Cachar)
- ইফালে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে
- এই ইটা ভাটাটোৰ মালিক আলতাফ হুচেন বুলি জানিব পৰা গৈছে