ETV Bharat / state

এবছৰ ধৰি চাকৰিলৈ নোযোৱাকৈ ঘটি আছে চৰকাৰী ধন !

বৰখলা স্বাস্থ্যকেন্দ্ৰত চৰম দুৰ্নীতি । চাকৰিলৈ নোযোৱাকৈ দৰমহা পাই স্বাস্থ্যকেন্দ্ৰটোৰ একাংশ কৰ্মচাৰীয়ে । ইফালে বৰ্তমান দুজন ফাৰ্মাচিষ্ট আৰু চাৰিগৰাকী এ এন এম নাৰ্চ আৰু এজন চিকিৎসকৰ দ্বাৰা কোনোমতে চলি আছে ১০ খন গাঁৱৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰটো ।

author img

By

Published : Apr 28, 2019, 2:05 PM IST

এবছৰ ধৰি চাকৰিলৈ নোযোৱাকৈ ঘটি আছে চৰকাৰী ধন !

বৰখলা,২৮ এপ্ৰিলঃ বৰখলা বিধান সভা সমষ্টিৰ অন্তৰ্গত ১০খন গাঁৱৰ ৰাইজৰ একমাত্ৰ স্বাস্থ্যকেন্দ্ৰটো হৈছে বৰখলা স্বাস্থ্যকেন্দ্ৰ । শনিবাৰে স্বাস্থ্যকেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ এখন বৈঠকত ফাদিল হৈছে স্বাস্থ্যকেন্দ্ৰটোৰ বহু গোপন তথ্য । বৈঠকত প্ৰমাণ হয় কেনেদৰে এজন লেব'ৰেটৰী কৰ্মচাৰীয়ে এবছৰ কৰ্মস্থলীত অনুপস্থিত থকাৰ পাছতো দৰমহা পাই আহিছে । স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ম্যানজৰ সিঙে স্বীকাৰ কৰে যে একাংশ কৰ্মচাৰীয়ে কৰ্মস্থলীত অনুপস্থিত থকাৰ পাচতো বিভাগৰ পৰা দৰমহা পাই আহিছে ।

এবছৰ ধৰি চাকৰিলৈ নোযোৱাকৈ ঘটি আছে চৰকাৰী ধন !

ইফালে স্বাস্থ্য কেন্দ্ৰটো দুজন ফাৰ্মাচিষ্ট আৰু চাৰিগৰাকী এ এন এম নাৰ্চ আৰু এজন চিকিৎসকৰ দ্বাৰা কোনোমতে চলি আছে । বিধায়ক কিশোৰ নাথৰ সহযোগত স্বাস্থ্যকেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে কাছাৰ জিলা স্বাস্থ্য সঞ্চালকক তৎকালীনভাৱে ২ জন চিকিৎসকক নিযুক্তি দিবলৈ আহ্বান জনাইছে ।

Intro:বৰখলা বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহৎ প্ৰায় ১০গাঁৱৰ ৰাইজৰ একমাত্র আশা বৰখলা স্বাস্থ্যকেন্দ্ৰ।কিন্তু হঠাৎ চিকিৎসালয় খনত চিকিৎসক অভাৱৰ অভিযোগত শনিবাৰ স্বাস্থ্যকেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ এখন বৈঠকত স্বাস্থ বিভাগৰ বহু গোপন তথ্য উলাইছে । এজন লেব্ৰটাৰি কৰ্মী এবছৰ অনুপস্থিত থকাৰ পিছত দৰমহা পাইছে৷ স্বাস্থ্যকেন্দ্ৰৰ ইনচাৰ্ট ম্যানজৰ সিং স্বীকাৰ কৰি কয় একাংশ কৰ্মচাৰীৰ তেকতে উনুপস্থিত দিলে বিভাগৰ পৰা দৰমহা মিলিছে৷ বতমান দুজন ফাৰ্মাচিষ্ট আৰু চাৰিগৰাকী  এ এন এম নাৰ্চে এজন ডাক্তৰলৈ জোৰা টাপলি মাৰি কোনোমতে চলাই আছে উক্ত স্বাস্ত্যকেন্দ্ৰটো। বিধায়ক কিশোৰ নাথ সহযোগত স্বাস্থ্যকেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে কাছাৰ জিলা স্বাস্ত্য সঞ্চালকক  তৎকালীন ভাৱে ২জন চিকিৎসক উক্ত  কেন্দ্রটোত নিযুক্তি দিবলৈ আহ্বান জনাইছে।বিধায়ক নাথ প্ৰতিশ্ৰুতি দিলে আগামী এটামান দিনৰ ভিতৰতে অনুপস্থিত কৰ্মচাৰী বিৰুদ্ধে ব্যৱস্থা লৈ স্বাস্থ্যকেন্দ্ৰটোৰ সমস্যাৰ সমাধানBody:বৰখলা বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহৎ প্ৰায় ১০গাঁৱৰ ৰাইজৰ একমাত্র আশা বৰখলা স্বাস্থ্যকেন্দ্ৰ।কিন্তু হঠাৎ চিকিৎসালয় খনত চিকিৎসক অভাৱৰ অভিযোগত শনিবাৰ স্বাস্থ্যকেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ এখন বৈঠকত স্বাস্থ বিভাগৰ বহু গোপন তথ্য উলাইছে । এজন লেব্ৰটাৰি কৰ্মী এবছৰ অনুপস্থিত থকাৰ পিছত দৰমহা পাইছে৷ স্বাস্থ্যকেন্দ্ৰৰ ইনচাৰ্ট ম্যানজৰ সিং স্বীকাৰ কৰি কয় একাংশ কৰ্মচাৰীৰ তেকতে উনুপস্থিত দিলে বিভাগৰ পৰা দৰমহা মিলিছে৷ বতমান দুজন ফাৰ্মাচিষ্ট আৰু চাৰিগৰাকী  এ এন এম নাৰ্চে এজন ডাক্তৰলৈ জোৰা টাপলি মাৰি কোনোমতে চলাই আছে উক্ত স্বাস্ত্যকেন্দ্ৰটো। বিধায়ক কিশোৰ নাথ সহযোগত স্বাস্থ্যকেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে কাছাৰ জিলা স্বাস্ত্য সঞ্চালকক  তৎকালীন ভাৱে ২জন চিকিৎসক উক্ত  কেন্দ্রটোত নিযুক্তি দিবলৈ আহ্বান জনাইছে।বিধায়ক নাথ প্ৰতিশ্ৰুতি দিলে আগামী এটামান দিনৰ ভিতৰতে অনুপস্থিত কৰ্মচাৰী বিৰুদ্ধে ব্যৱস্থা লৈ স্বাস্থ্যকেন্দ্ৰটোৰ সমস্যাৰ সমাধানConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.