ETV Bharat / state

শিলচৰত অনুষ্ঠিত ভাৰত-বাংলাদেশ নাট্য সন্মিলন - পৰিমল শুক্লবৈদ্য

শিলচৰত আৰম্ভ হ'ল ভাৰত-বাংলাদেশ নাট্য মেলা ৷ ত্ৰিপুৰা সহ বিভিন্ন প্ৰদেশৰ শিল্পীৰ লগতে বাংলাদেশৰ 170 জনতকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব এই নাট্য মেলাত৷

শিলচৰত অনুষ্ঠিত ভাৰত-বাংলাদেশ নাট্য সন্মিলন
author img

By

Published : Sep 21, 2019, 4:50 PM IST

শিলচৰ, 21 চেপ্তেম্বৰ: শিলচৰত আৰম্ভ হ'ল ভাৰত-বাংলাদেশ নাট্য মেলা৷ ত্ৰিপুৰা সহ বিভিন্ন প্ৰদেশৰ শিল্পীৰ লগতে বাংলাদেশৰ 170 জনতকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব এই নাট্য মেলাত ৷ সন্মিলিত সাংস্কৃতিক মঞ্চৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে শিলচৰৰ বিধায়ক দিলীপ পাল, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু বাংলাদেশৰ শিল্পীসকল৷

শিলচৰত অনুষ্ঠিত ভাৰত-বাংলাদেশ নাট্য সন্মিলন

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই নাট্য সন্মিলনত বিভিন্ন সাংস্কৃতিক দলে অনুষ্ঠান পৰিবেশন কৰিব৷ লগতে গুৱাহাটীৰ প্ৰাঞ্জল শইকীয়াৰ দলটোৱেও নাটক পৰিবেশন কৰিব এই নাট্য মেলা অনুষ্ঠানত৷
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰিমল শুক্লবৈদ্যই ভাৰত-বাংলাদেশৰ মাজত এক সু-সম্পৰ্ক গঢ়ি তুলাৰ উদ্দেশ্যেই এই নাট্য মেলাৰ আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰে৷ লগতে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে পৰিমল শুক্লবৈদ্যই৷

Intro:👆শিলচৰত আৰম্ভণি হল ভাৰত বাংলাদেশ নাট্য মেলা ।
👆বাংলাদেশৰ 170 জনৰ অধিক শিল্পী লগতে ত্ৰিপুৰা সহ বিভিন্ন প্ৰদেশৰ শিল্পী সকলে অংশগ্ৰহণ কৰিলে ।
সম্মিলিত সাস্কৃতিক মঞ্চৰ আয়োজিত এই অনুষ্ঠানত প্রদীপ প্ৰজ্বল কৰে মন্ত্ৰী পৰিমল শুক্লবদ্য লগতে উপস্থিত আছিল শিলচৰৰ বিধায়ক দিলীপ পাল নৰ্থ কৰিমগঞ্জৰ বিধায়ক কমলালাক্ষ দে পুৰকাষ্ট আৰু বাংলাদেশৰ শিল্পী সকলে।
তিনিদিনৰ এই অনুষ্ঠানত থাকিব বিভিন্ন দলৰ অনুষ্ঠান। গৌহাটীৰ প্ৰাঞ্জল শইকীয়াৰ দলটোও কৰিব নাটক।
ভাৰত বাংলাদেশৰ মাজত সুসম্পৰ্ক হোৱাৰ আশা লৈ এই অনুষ্ঠানর আয়োজন।
Etv ভাৰতৰ লগত কথা কৈ কলে এই অনুষ্ঠানর জৰিয়তে দুই দেশৰ মাজত সুসম্পৰ্ক তৈরি হব ।তেওঁ ধন্যবাদ জনায় আয়োজক সকলক ।Body:👆শিলচৰত আৰম্ভণি হল ভাৰত বাংলাদেশ নাট্য মেলা ।
👆বাংলাদেশৰ 170 জনৰ অধিক শিল্পী লগতে ত্ৰিপুৰা সহ বিভিন্ন প্ৰদেশৰ শিল্পী সকলে অংশগ্ৰহণ কৰিলে ।
সম্মিলিত সাস্কৃতিক মঞ্চৰ আয়োজিত এই অনুষ্ঠানত প্রদীপ প্ৰজ্বল কৰে মন্ত্ৰী পৰিমল শুক্লবদ্য লগতে উপস্থিত আছিল শিলচৰৰ বিধায়ক দিলীপ পাল নৰ্থ কৰিমগঞ্জৰ বিধায়ক কমলালাক্ষ দে পুৰকাষ্ট আৰু বাংলাদেশৰ শিল্পী সকলে।
তিনিদিনৰ এই অনুষ্ঠানত থাকিব বিভিন্ন দলৰ অনুষ্ঠান। গৌহাটীৰ প্ৰাঞ্জল শইকীয়াৰ দলটোও কৰিব নাটক।
ভাৰত বাংলাদেশৰ মাজত সুসম্পৰ্ক হোৱাৰ আশা লৈ এই অনুষ্ঠানর আয়োজন।
Etv ভাৰতৰ লগত কথা কৈ কলে এই অনুষ্ঠানর জৰিয়তে দুই দেশৰ মাজত সুসম্পৰ্ক তৈরি হব ।তেওঁ ধন্যবাদ জনায় আয়োজক সকলক ।Conclusion:👆শিলচৰত আৰম্ভণি হল ভাৰত বাংলাদেশ নাট্য মেলা ।
👆বাংলাদেশৰ 170 জনৰ অধিক শিল্পী লগতে ত্ৰিপুৰা সহ বিভিন্ন প্ৰদেশৰ শিল্পী সকলে অংশগ্ৰহণ কৰিলে ।
সম্মিলিত সাস্কৃতিক মঞ্চৰ আয়োজিত এই অনুষ্ঠানত প্রদীপ প্ৰজ্বল কৰে মন্ত্ৰী পৰিমল শুক্লবদ্য লগতে উপস্থিত আছিল শিলচৰৰ বিধায়ক দিলীপ পাল নৰ্থ কৰিমগঞ্জৰ বিধায়ক কমলালাক্ষ দে পুৰকাষ্ট আৰু বাংলাদেশৰ শিল্পী সকলে।
তিনিদিনৰ এই অনুষ্ঠানত থাকিব বিভিন্ন দলৰ অনুষ্ঠান। গৌহাটীৰ প্ৰাঞ্জল শইকীয়াৰ দলটোও কৰিব নাটক।
ভাৰত বাংলাদেশৰ মাজত সুসম্পৰ্ক হোৱাৰ আশা লৈ এই অনুষ্ঠানর আয়োজন। শান্তিৰ প্রতীক কোবুটৰ উৰাই ভারত বাংলাদেশৰ মাজত শান্তিৰ আহ্বান কৰে মন্ত্রী যে ।
Etv ভাৰতৰ লগত কথা কৈ কলে এই অনুষ্ঠানর জৰিয়তে দুই দেশৰ মাজত সুসম্পৰ্ক তৈরি হব ।তেওঁ ধন্যবাদ জনায় আয়োজক সকলক ।bite porimol suklobodya .
Exclusive .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.