ETV Bharat / state

পৰাগ ভূঞা হত্যাকাণ্ড : দীপাৱলীৰ দিনাই বৰাক ভেলী ইলেক্ট্ৰ’নিকছ মিডিয়া এচ’ছিয়েশ্যনৰ প্ৰতিবাদ - প্ৰতিবাদ

শনিবাৰে শিলচৰৰ ক্ষুদিৰাম মূৰ্তিৰ তলত বৰাক ভেলী ইলেক্ট্ৰ’নিকছ মিডিয়া এচ’ছিয়েশ্যনৰ প্ৰতিবাদ ৷ প্ৰতিবাদত কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী জনায় মিডিয়া সন্থাটোৱে ৷

Barak valley Electronics Media Association protest
বৰাক ভেলী ইলেক্ট্ৰ’নিকছ মিডিয়া এচ’ছিয়েশ্যনৰ প্ৰতিবাদ
author img

By

Published : Nov 14, 2020, 10:49 PM IST

কাছাৰ,14 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনকভাৱে সংঘটিত হোৱা পথ দূৰ্ঘটনাৰ বিৰুদ্ধে শনিবাৰে শিলচৰৰ ক্ষুদিৰাম মূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে বৰাক ভেলী ইলেক্ট্ৰ’নিকছ মিডিয়া এচ’ছিয়েশ্যনে ৷

Barak valley Electronics Media Association protest
বৰাক ভেলী ইলেক্ট্ৰ’নিকছ মিডিয়া এচ’ছিয়েশ্যনৰ প্ৰতিবাদ

প্ৰয়াত সংবাদকৰ্মী গৰাকীলৈ প্ৰতিচ্ছবিত বন্তিপ্ৰজ্বলন কৰি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে মিডিয়া সন্থাটোৱে ৷ শীঘ্ৰেই দোষীক উচিত শাস্তিৰ দাবী জনায় মিডিয়া এচ’ছিয়েশ্যনে ৷ সাংবাদিকসকলৰ এই বিক্ষোভ কাৰ্যসূচীত বিভিন্ন দল সংগঠনেও যোগদান কৰে ৷

লগতে পঢ়ক : প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.