ETV Bharat / state

শিলচৰত আটক ৰিয়াল সহ বাংলাদেশী

শিলচৰত আটক চাৰিজনকৈ বাংলাদেশী প্ৰবঞ্চক ৷ চৌডি আৰবৰ নোট বিক্ৰীৰ সময়ত হাতে-লোটে আটক কৰে আৰক্ষীয়ে ৷

শিলচলত আটক ৰিয়াল সহ বাংলাদেশী
author img

By

Published : Sep 9, 2019, 7:16 AM IST

Updated : Sep 9, 2019, 2:59 PM IST

শিলচৰ, 09 ছেপ্টেম্বৰ: শিলচৰত আটক চাৰিজনকৈ বাংলাদেশী প্ৰবঞ্চক ৷ দেওবাৰে শিলচৰৰ বিগ বজাৰৰ সন্মুখত চৌডি আৰবৰ নোট বিক্ৰী কৰি থকা সময়তে হাতে লোটে বাংলাদেশী কেইজনক আটক কৰে শিলচৰ আৰক্ষীয়ে ৷ ধৃত বাংলাদেশী কেইজন ক্ৰমে, ম:চুমন ফকিৰ,জামাল মূঞ্চী,মঃ ৰিপন খান আৰু মঃ আছাদ উজ জামান ৷ ঘটনাস্থলীৰ পৰা মঃ কবীৰ চৰ্দাৰ নামৰ এজনৰ পলায়ন ৷ জানিব পৰা মতে, বাচকান্দিৰ এজন লোকে ক্ৰয় কৰিছিল চৌডি আৰবৰ নোট খিনি ৷ আৰক্ষীয়ে 10 খন জাল চৌডী আৰৱৰ "ৰিয়াল" নোট উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ কৰে পাঁচখন পাচপ'ৰ্ট , ছয়টা ম'বাইল ছেট ৷ বৰ্তমান ধৃত প্ৰবঞ্চক বাংলাদেশী কেইজনক জেৰা অৱ্যাহত ৰাখিছে শিলচৰ আৰক্ষীয়ে ৷

শিলচলত আটক ৰিয়াল সহ বাংলাদেশী

উল্লেখ্য যে, এমাহ পূৰ্বেও বন তাৰাপুৰৰ আন এজনৰ ওচৰতো বিক্ৰী কৰিছিল দুশ টকাৰ "ৰিয়াল" ৷ ধৃত বাংলাদেশী কেইজনে নিজকে পশ্চিমবংগৰ লোক বুলি পৰিচয় দিয়াৰ লগতে বিপদত পৰি চৌডি আৰবৰ নোট বিক্ৰী কৰি ভাৰতীয় নোট লোৱাৰ কথা প্ৰকাশ কৰে ৷

Intro:Breaking Silchar - শিলচৰত চাৰিজন প্ৰৱঞ্চক বাংলাদেশী আটক ৷ ধৃত বাংলাদেশী কেইজন ম:চুমন ফকিৰ,জামাল মূঞ্চী,মঃ ৰিপন খান আৰু মঃ আছাদ উজ জামান ৷ মঃ কবীৰ চৰ্দাৰ নামৰ এজনৰ পলায়ন ৷ চৌডি আৰৱৰ নোট বিক্ৰীৰ সময়ত হাতে লোটে আটক কৰে আৰক্ষীয়ে ৷ শিলচৰৰ বিগ বজাৰৰ সন্মুখত এজনৰ
ওচৰত বিক্ৰী কৰোতে বাংলাদেশী কেইজনক আটক কৰা হয় ৷Body:Breaking Silchar - শিলচৰত চাৰিজন প্ৰৱঞ্চক বাংলাদেশী আটক ৷ ধৃত বাংলাদেশী কেইজন ম:চুমন ফকিৰ,জামাল মূঞ্চী,মঃ ৰিপন খান আৰু মঃ আছাদ উজ জামান ৷ মঃ কবীৰ চৰ্দাৰ নামৰ এজনৰ পলায়ন ৷ চৌডি আৰৱৰ নোট বিক্ৰীৰ সময়ত হাতে লোটে আটক কৰে আৰক্ষীয়ে ৷ শিলচৰৰ বিগ বজাৰৰ সন্মুখত এজনৰ
ওচৰত বিক্ৰী কৰোতে বাংলাদেশী কেইজনক আটক কৰা হয় ৷ চৌডি আৰৱৰ দুশ "ৰিয়াল" নোট মেৰিয়াই ভিতৰত কাগজ আৰু তাচপাত ৰাখিলিছিল প্ৰৱঞ্চক কেইজনে ৷ বাচকান্দিৰ এজন লোকে ক্ৰয় কৰিছিল চৌডি আৰৱৰ নোট খিনি ৷ ইয়াৰ এমাহ পুৰ্বে বন তাৰাপুৰৰ আন এজনৰ ওচৰতো বিক্ৰী কৰিছিল দুশ টকাৰ "ৰিয়াল" ৷ ধৃত বাংলাদেশী কেইজনে নিজকে পশ্চিমবংগৰ লোক বুলি পৰিচয় দিছিল ৷ বিপদত পৰি চৌডি আৰৱৰ নোট বিক্ৰী কৰি ভাৰতীয় নোট লৈছিল ৷ বিভিন্ন সময়ত বিভিন্ন জনক প্ৰতাৰনা কৰি আহিছিল বাংলাদেশী কেইজনে ৷ প্ৰথমে চৌডি আৰৱৰ আচল নোট বিক্ৰী কৰি বিশ্বাস জন্মায় ৷ দ্বিতীয় বাৰ প্ৰকৃত নোট ওপৰত ৰাখি ভিতৰত কাগজ আৰু তাচপাত দি ভাৰতীয় নোট ক্ৰয় কৰে ৷ আৰক্ষীয়ে 10 খন জাল চৌডী আৰৱৰ "ৰিয়াল" নোট উদ্ধাৰ ৷ উদ্ধাৰ পাচখন পাচপ'ৰ্ট , ছয়টা মোবাইল ছেট ৷ বৰ্তমান শিলচৰ থানাত জেৰা অৱ্যাহত ধৃত প্ৰৱঞ্চক বাংলাদেশী কেইজনক Conclusion: byte 1, 2 B:deshi
byte3 SDPO A Sarma (red T-shirt)
Last Updated : Sep 9, 2019, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.