- আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় 28 খন সাৰ ভৰ্তি ট্ৰাক
- 28 খন গাড়ীৰ পৰা উদ্ধাৰ 12 হাজাৰ বস্তা সাৰ
- চোৰাং সাৰখিনিৰ সৰ্বমুঠ বজাৰ মূল্য প্ৰায় 33 লাখ টকা বুলি জানিব পৰা গৈছে
- কাছাৰত বৃদ্ধি পোৱা সাৰৰ ছিণ্ডিকেটত আৰক্ষীৰ কিছু শীৰ্ষ বিষয়াৰ লগতে বিজেপিৰ জিলা পৰ্যায়ৰ নেতা জড়িত থকাৰ অভিযোগ উঠিছে শিলচৰত জব্দ সাৰ ভৰ্তি ট্ৰাক ৷
শিলচৰত জব্দ সাৰ ভৰ্তি ট্ৰাক ৷ - Silchar news
কাছাৰ আৰক্ষীৰ অভিযানত শিলচৰৰ নিকটৱৰ্তী এলেকাত জব্দ 28 খন সাৰ ভৰ্তি ট্ৰাক ৷
শিলচৰত জব্দ সাৰ ভৰ্তি ট্ৰাক ৷
- আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় 28 খন সাৰ ভৰ্তি ট্ৰাক
- 28 খন গাড়ীৰ পৰা উদ্ধাৰ 12 হাজাৰ বস্তা সাৰ
- চোৰাং সাৰখিনিৰ সৰ্বমুঠ বজাৰ মূল্য প্ৰায় 33 লাখ টকা বুলি জানিব পৰা গৈছে
- কাছাৰত বৃদ্ধি পোৱা সাৰৰ ছিণ্ডিকেটত আৰক্ষীৰ কিছু শীৰ্ষ বিষয়াৰ লগতে বিজেপিৰ জিলা পৰ্যায়ৰ নেতা জড়িত থকাৰ অভিযোগ উঠিছে শিলচৰত জব্দ সাৰ ভৰ্তি ট্ৰাক ৷
Intro:SILCHAR BREAKING
কাছাৰ আৰক্ষীৰ অভিযানত শিলচৰ ৰামনগৰত জব্দ ২৮খন সাৰ ভৰ্তি ট্ৰাক ৷ গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীৰ অভিযানত ৰামনগৰ বাইপাসৰ পৰা ২৮ খন সাৰ ভৰ্তি ট্ৰাক জব্দ কৰা হয় ৷ Body:শিলচৰৰ পৰা মিজোৰাম লৈ যোৱাৰ সময়তে আৰক্ষীয়ে আটক কৰে এই অবৈধ সাৰ ভৰ্তি ট্ৰাক খিনি ৷ ২৮ খন গাড়ীৰ পৰা প্ৰায় ১২ হাজাৰ বস্তা সাৰ জব্দ কৰা হয় ৷ এয়াৰ বাজাৰ মূল্য প্ৰায় ৩৩ লাখ টকা ৷ ২৮ খন গাড়ীৰ ভিতৰত তিনিখন খন LPG ৰ গাড়ীৰ পৰাও সাৰ জব্দ কৰা হৈছে ৷
উল্লেখ যোৱা কিছু মাহ দৰি কাছাৰত সাৰ লৈ এটা বৃহৎ ছিন্ডিকেট চলিয়াছে ৷ আৰু অভিযোগ মতে আৰক্ষীৰ কিছু শীৰ্ষ বিষয়াৰ নেতৃত্বতে বিজেপিৰ ৰুপ আহমেদ আৰু কামিল হুসেন এই ছিন্ডিকেট চলাইছে ৷Conclusion:কেতিয়াবা এই সমস্যাৰ সমাধান হয় সেইটো দেখিবলৈ আছে।