ওদালগুৰি, ১৬ ফেব্ৰুৱাৰীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% নম্বৰ সহ উত্তীৰ্ণ কৃতি ছাত্র ছাত্ৰী সকলক আনন্দ ৰাম বৰুৱা বঁটা প্ৰদানৰ উদ্দেশ্যে শনিবাৰে ওদালগুৰি জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় বঁটা বিতৰণি অনুষ্ঠান। এই অনুষ্ঠানত জিলা খনৰ ৩২৪ জন ছাত্র ছাত্ৰীক প্ৰদান কৰা হয় লেপটপ ।
![undefined](https://s3.amazonaws.com/saranyu-test/etv-bharath-assests/images/ad.png)