ETV Bharat / state

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত কাছাৰৰ গুমৰা - এল্টো বাহন

দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি বহু সময় ধৰি স্থানীয় ৰাইজে পথটো অৱৰোধ কৰি ৰাখে ।

কাছাৰত এল্টো বাহনে মহতিয়ালে পথচাৰীক
author img

By

Published : Jul 8, 2019, 10:17 AM IST

কাছাৰ , ০৮ জুলাই : দেওবাৰে কাছাৰৰ গুমৰা এলেকাত দ্ৰুত গতিৰ এল্টো বাহন এখনে পথচাৰী এজনক মহতিয়াই নিয়ে । পথচাৰি জন সন্তুষ দাস বুলি চিনাক্ত কৰা হৈছে ।

কাছাৰত এল্টো বাহনে মহতিয়ালে পথচাৰীক

গুৰুতৰভাৱে আহত লোকজনক আৰক্ষীয়ে ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহিবিদ্যালয়লৈ প্ৰেৰণ কৰে । যদিও চিকিৎসালয়ত চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। ইপিনে এই ঘটনাকলৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । বহু সময় ধৰি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি ৰাখে । পৰৱৰ্তী সময়ত জিলা প্ৰশাসন ঘটনাস্থলীত উপস্থিতহৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আনহাতে পথৰ দুৰাৱস্থাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ।

Alto hits man at Cachar

কাছাৰত এল্টো বাহনে মহতিয়ালে পথচাৰীক

দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি বহু সময় ধৰি স্থানীয় ৰাইজে পথটো অৱৰোধ কৰি ৰাখে । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.