ETV Bharat / state

অল ইণ্ডিয়া ডি এচ অৰ কাছাৰ জিলা কমিটিৰ বিদ্যাসাগৰৰ মূৰ্তি ভঙাক লৈ প্ৰতিবাদ - WEST BENGAL

পশ্চিম বংগত ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ মূৰ্তি ভঙাক লৈ এই প্ৰতিবাদ সংগঠনটোৰ ৷ ভাৰতত থকা বিশিষ্ট ব্যক্তি সমূহক ৰক্ষনাবেক্ষণ দিবলৈ দাবী জনাই তেওঁলোকে ৷ চৰকাৰ আৰু নৱ প্ৰজন্মক এই মূৰ্তি সমূহ সুৰক্ষিত কৰি বিশিষ্ট ব্যক্তি সকলৰ নীতি আদৰ্শক লৈ অনুপ্ৰাণিত হ'বলৈ আহ্বান জনাই সংগঠনটোৱে ৷

অল ইণ্ডিয়া ডিএচঅ ৰ কাছাৰ জিলা কমিটিৰ বিদ্যাসাগৰৰ মূতিৰ্ ভঙাক লৈ প্ৰতিবাদ
author img

By

Published : May 15, 2019, 9:10 PM IST

কাছাৰ,15 মে’: অল ইণ্ডিয়া ডি এচ অ কাছাৰ জিলা কমিটিয়ে বুধবাৰে কাছাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ পশ্চিম বংগত ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ভঙাক লৈ এই প্ৰতিবাদ সংগঠনটোৰ ৷ ভাৰতত থকা বিশিষ্ট ব্যক্তি সমূহক ৰক্ষনাবেক্ষণ দিবলৈ দাবী জনাই তেওঁলোকে ৷ চৰকাৰ আৰু নৱ প্ৰজন্মক এই মূৰ্তি সমূহ সুৰক্ষিত কৰি এই বিশিষ্ট ব্যক্তি সমূহৰ নীতি আদৰ্শক লৈ অনুপ্ৰাণিত হ'বলৈ আহ্বান জনাই সংগঠনটোৱে ৷

অল ইণ্ডিয়া ডিএচঅ ৰ কাছাৰ জিলা কমিটিৰ বিদ্যাসাগৰৰ মূতিৰ্ ভঙাক লৈ প্ৰতিবাদ

মূৰ্তি সমূহ সুৰক্ষিত কৰাৰ বাবে জিলা উপায়ুক্তক এক স্মাৰক পত্ৰযোগে আবেদন জনাই সংগঠনটোৱে ৷

News Silchar 
All india D S O কাছাৰ জিলা কমিটি আজি কাছাৰৰ জেলা শাসকৰ কাৰ্য্যালয়ৰ ওচৰত প্ৰতিবাদ প্ৰদৰ্শন কৰে । পশ্চিমবঙ্গত  বিদ্যাসাগৰৰ মূৰ্তিৰ ভাঙি দিয়াৰ ঘটনাৰ পৰিপেক্ষিত এই প্ৰতিবাদ কৰিলে D S O  সংগঠনে । তেওঁ লোকে ভাৰতৰ প্রতিটো মূৰ্তিৰ সুৰক্ষাৰ দাবী জনাই এক শ্বাৰোক লিপিও প্ৰদান কৰে কাছাৰৰ জেলাশাসকের ওচৰৰ ।
FOTAGE FTP 
SLUG SILCHAR PROTEST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.