ETV Bharat / state

ভুৱা বিজ্ঞাপন দি ৰঙাঘৰলৈ যাবলগীয়া হ'ল এজন

চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ভুৱা বিজ্ঞাপন দি ৰঙাঘৰলৈ যাবলগীয়া হ'ল এজন ৷ অনলাইনত চেন্ত্ৰেল বেংকৰ পদ খালী থকা বুলি বিজ্ঞাপন দি শিলচৰ আৰক্ষীৰ  জালত ৰাজা দাস নামৰ প্ৰৱঞ্চকজন ৷

author img

By

Published : Aug 1, 2019, 11:29 PM IST

ভুৱা বিজ্ঞাপন দি ৰঙাঘৰলৈ যাবলগীয়া হ'ল এজন

শিলচৰ, 1 আগষ্ট : চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ভুৱা বিজ্ঞাপন দি বৃহস্পতিবাৰে সাক্ষাৎকাৰ গ্ৰহন কৰাৰ সময়তে এজন প্ৰৱঞ্চকক হাতেলোটে ধৰা পেলায় একাংশ চাকৰিপ্ৰাৰ্থীয়ে ৷ শিলচৰৰ "গেট ৱে হোটেলত সাক্ষাৎকাৰৰ লোৱা সময়তে আৰক্ষীক গতাই দিয়া হয় প্ৰৱঞ্চক জনক ৷ 27 জুলাইত চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কেবাটাও খালী হোৱা পদত চাকৰিৰ বাবে বিজ্ঞাপন দিয়া হৈছিল অন লাইন জৰিয়তে OLX আৰু NAKARI.COM ৱেৱ চাইড দুটাত ৷ সেই বিজ্ঞাপনত দিয়া এটা মোবাইল ফোন নম্বৰত যোগাযোগ কৰে কিছুমান বৰাকৰ নিবনুৱা যুৱকে ৷ ফোনত চাকৰি প্ৰাৰ্থী সকলক বৃহস্পতিবাৰে শিলচৰৰ গেট ৱে হোটেলত উপস্থিত হ'বলৈ অনুৰোধ কৰে ৰাজা দাস অভিজিত দাস নামৰ কৰিমগঞ্জৰ এইজন প্ৰৱঞ্চকে ৷ সেই মতে, 18 জন যুৱক যুৱতী উপস্থিত হয় হোটেল গেট ৱেত ৷ হোটেলৰ এটা কোঠাৰ বিচনাত চাকৰিৰ আবেদন গ্ৰহণ আৰু সাক্ষাৎকাৰ লোৱাৰ ধৰণ-কৰণ দেখি সন্দেহ হয় চাকৰি প্ৰাৰ্থী সকলৰ ৷ পিচত লগে লগে, শিলচৰৰ স্থানীয় চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কাৰ্যলয়ত গৈ বিজ্ঞাপন সন্দৰ্ভত খা খবৰ লোৱাৰ পিচতে আচল কথাতো ধৰা পৰে ৷ পিচত শিলচৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে প্ৰৱঞ্চক ৰাজা দাসক আটক কৰে ৷ আৰক্ষীৰ হাতত বেংকৰ ভুৱা বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰা বুলি স্বীকাৰ কৰে প্ৰৱঞ্চক ৰাজা দাসে প্ৰৱঞ্চক ৰাজা দাসে ৷

Intro:নিউজ শিলচৰ, 1 আগষ্ট:- চেন্ত্ৰেল বেং অফ ইণ্ডিয়াৰ ভুৱা বিজ্ঞাপন দি বৃহস্পতিবাৰে সাক্ষাৎকাৰ গ্ৰহন কৰাৰ সময়তে এজন প্ৰৱঞ্চকক হাতেলোটে ধৰা পেলায় একাংশ চাকৰিপ্ৰাৰ্থীয়ে ৷ শিলচৰৰ "গেট ৱে হোটেলত সাক্ষাৎকাৰৰ লোৱা সময়তে আৰক্ষীক গতাই দিয়া হয় প্ৰৱঞ্চক জনক ৷
Body:নিউজ শিলচৰ, 1 আগষ্ট:- চেন্ত্ৰেল বেং অফ ইণ্ডিয়াৰ ভুৱা বিজ্ঞাপন দি বৃহস্পতিবাৰে সাক্ষাৎকাৰ গ্ৰহন কৰাৰ সময়তে এজন প্ৰৱঞ্চকক হাতেলোটে ধৰা পেলায় একাংশ চাকৰিপ্ৰাৰ্থীয়ে ৷ শিলচৰৰ "গেট ৱে হোটেলত সাক্ষাৎকাৰৰ লোৱা সময়তে আৰক্ষীক গতাই দিয়া হয় প্ৰৱঞ্চক জনক ৷
যোৱা 27 জুলাইত অন লাইন জৰিয়তে OLX আৰু NAKARI.COM ৱেভ চাইড দুটাত চেন্ত্ৰেল বেংক অফ ইণ্ডিয়াৰ কেবাটাও খালী হোৱা পদত চাকৰিৰ বাবে বিজ্ঞাপন লাভ লাভ কৰে বৰাকৰ এই সকল শিক্ষিত নিবনুৱা যুৱকে ৷ সেই বিজ্ঞাপনত দিয়া এটা মোবাইল ফোন নম্বৰত যোগাযোগ কৰে নিবনুৱা যুৱক সকলে ৷ ফোনত
চাকৰি প্ৰাৰ্থী সকলক বৃহস্পতিবাৰে শিলচৰৰ গেট ৱে হোটেলত উপস্হিত হবলৈ অনুৰোধ কৰে ৰাজা দাস অভিজিত দাস নামৰ কৰিমগঞ্জৰ এইজন প্ৰৱঞ্চকে ৷ সেই মতে, 18 জন যুৱক যুৱতী উপস্হিত হয় হোটেল গেট ৱেত ৷ হোটেলৰ এটা কোঠাৰ বিচনাত চাকৰিৰ আবেদন গ্ৰহন আৰু সাক্ষাৎকাৰ লোৱাৰ ধৰন কৰন দেখি সন্দেহ হয় চাকৰি প্ৰাৰ্থী সকলৰ ৷ পিচত লগে লগে, শিলচৰৰ স্হানীয় চেন্ত্ৰেল বেংক অফ ইণ্ডিয়াৰ কাৰ্যলয়ত গৈ বিজ্ঞাপন সন্দৰ্ভত খা খবৰ লোৱাৰ পিচতে ওৰহীৰ ওৰ ওলাই পৰে ৷ পিচত শিলচৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে প্ৰৱঞ্চক ৰাজা দাসক আটক কৰে ৷ ইফালে, বেংকৰ ভুৱা বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰা বুলি স্বীকাৰ কৰে প্ৰৱঞ্চক ৰাজা দাসে ৷ byte - 1,2,3
Conclusion:অৱশেষত ৰগা ঘৰত পটাবলৈ সাজু কাছাৰ পুলিচ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.