ETV Bharat / state

অসম বন্ধৰ আহ্বান ৰাষ্ট্ৰীয় বজৰং দলৰ - এন আৰ চি

এন আৰ চিত কেইবালক্ষ হিন্দু নাগৰিকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান বজৰং দলৰ

অসম বন্ধৰ আহ্বান ৰাষ্ট্ৰীয় বজৰং দলৰ
author img

By

Published : Sep 6, 2019, 5:05 AM IST

  • শুকুৰবাৰে 12 ঘন্টীয়া অসম বন্ধৰ আহ্বান ৰাষ্ট্ৰীয় বজৰং দলৰ
  • এন আৰ চিত কেইবালক্ষ হিন্দু নাগৰিকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান বজৰং দলৰ
  • শিলচৰত বৃহস্পতিবাৰে এক সংবাদমেলত এই ঘোষণা বজৰং দলৰ
    অসম বন্ধৰ আহ্বান ৰাষ্ট্ৰীয় বজৰং দলৰ
  • অসমৰ দুয়োটা উপত্যকা সৰ্বাত্মক বন্ধৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ হুংকাৰ দলটোৰ
  • সংবাদমেলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্ষুৰধাৰ সমালোচনা দলৰ কৰ্মকৰ্তাৰ

Intro:নাগৰিক পঞ্জীত কেইবা লক্ষ হিন্দু নাগৰিকৰ নাম অন্তৰ্ভুক্ত নাই হোৱাৰ প্ৰতিবাদত অহা কালি গোটেই অসমত বাৰো ঘন্টাৰ বন্ধৰ আহ্বান জনাইছে ৰাষ্ট্ৰীয় বজৰং দল।Body:নাগৰিক পঞ্জীত কেইবা লক্ষ হিন্দু নাগৰিকৰ নাম অন্তৰ্ভুক্ত নাই হোৱাৰ প্ৰতিবাদত অহা কালি গোটেই অসমত বাৰো ঘন্টাৰ বন্ধৰ আহ্বান জনাইছে ৰাষ্ট্ৰীয় বজৰং দল। শিলচৰত আজি সন্ধিয়া এক সংবাদ মেল পাতি দলৰ কৰ্মকৰ্তা সকলে জনাইছে তেওঁ অসমৰ দুটা উপত্যকাত বন্ধ কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব । তেওঁ কয়, প্ৰধান মন্ত্ৰী হোৱাৰ আগতে শিলচৰ আহি ৰামনগৰত এখন মুকলি সভাত নৰেন্দ্ৰ ভাই মোদী কৈছিল পৃথিবীৰ যি কোনো দেশত হিন্দু সকল নিৰ্যাতিত হ'লে ভাৰত তেওঁ লোকক ঠাই দিব। মোদী আগতে যেতিয়া এই কথা কৈছিল, আজি তেন্তে কিয় হিন্দু সকলৰ নাম নাগৰিক পঞ্জীত নাই আহা? ----- বাইটConclusion:Bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.