ETV Bharat / state

বাতিল কৰা হৈছে ৰে'ল সেৱা

author img

By

Published : Dec 18, 2019, 8:24 PM IST

Updated : Dec 18, 2019, 9:52 PM IST

অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে'ল বাতিল কৰিছে ৰে'ল বিভাগে ৷

ৰে'ল সেৱা বাতিল
ৰে'ল সেৱা বাতিল

বঙাইগাঁও, 18 ডিচেম্বৰ: বৰ্তমানেও শাম কটা নাই অসমৰ ভয়াৱহ পৰিস্থিতি ৷ অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে'ল বাতিল কৰিছে ৰে'ল বিভাগে ৷ অসমৰ পৰা কলকাতা অভিমুখী ব্ৰহ্মপুত্ৰ মেইল,কামৰূপ এক্সপ্ৰেছ,নৰ্থ-ইষ্ট এক্সপ্ৰেছ,শৰাইঘাট এক্সপ্ৰেছকে ধৰি বহুকেইখন স্থানীয় ৰে'ল সেৱা বাতিল কৰা হৈছে ৷ দুই এখন স্থানীয় ৰে'লৰ বাহিৰে প্ৰায় সকলো ৰে'ল সেৱা বন্ধ হৈ আছে ৷

অসমৰ পৰা কলিকতা অভিমুখী কেইবাখনো ৰে'ল বাতিল

লগতে পঢ়ক: তিনিচুকীয়াত সেনাৰ গুলীবৰ্ষণ

Intro:অসমৰ সাম্প্ৰতিক পৰিস্থিতিত কি কি ৰেল বাতিল কৰিলে ৰেল বিভাগে বিতং । কলিকতালৈ অসমৰ পৰা যোৱা কেবাখনো ৰেল বাতিল কৰিছে ৰেল বিভাগে । দুই এখন স্থানীয় ৰেল চলিছে যদিও অধিকাংশ এক্সপ্ৰেছ ৰেল বাতিল কৰিছে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Body:অসমৰ সাম্প্ৰতিক পৰিস্থিতিত কি কি ৰেল বাতিল কৰিলে ৰেল বিভাগে বিতং । কলিকতালৈ অসমৰ পৰা যোৱা কেবাখনো ৰেল বাতিল কৰিছে ৰেল বিভাগে । দুই এখন স্থানীয় ৰেল চলিছে যদিও অধিকাংশ এক্সপ্ৰেছ ৰেল বাতিল কৰিছে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Conclusion:অসমৰ সাম্প্ৰতিক পৰিস্থিতিত কি কি ৰেল বাতিল কৰিলে ৰেল বিভাগে বিতং । কলিকতালৈ অসমৰ পৰা যোৱা কেবাখনো ৰেল বাতিল কৰিছে ৰেল বিভাগে । দুই এখন স্থানীয় ৰেল চলিছে যদিও অধিকাংশ এক্সপ্ৰেছ ৰেল বাতিল কৰিছে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Dec 18, 2019, 9:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.