ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি - Croatia beat Japan

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
9 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Dec 6, 2022, 9:07 AM IST

Violence in Greece: জনতাৰ প্ৰতিবাদত জ্বলিছে গ্ৰীচ

গ্ৰীচৰ দ্বিতীয় বৃহত্তম চহৰ থেছালোনিকিত সোমবাৰে পুৱাৰ ভাগত এজন ১৬ বছৰীয়া কিশোৰে পেট্ৰ’ল পাম্পত বাহনত ইন্ধন ভৰাই পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে গুলীচলনা কৰে (Boy tried to run away) ৷ ফলত কিশোৰজনে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Boy shot in head) ৷ এই ঘটনাৰ পিছতে ৰাইজে সাব্যস্ত কৰিছে হিংসাত্মক প্ৰতিবাদ ৷

Croatia beat Japan: জাপানক পৰাস্ত কৰি ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ক্ৰ’ৱেচিয়া

নিৰ্ধাৰিত খেলৰ সময়ৰ শেষত দুয়োপক্ষই ১-১ গ’লত সমতা স্থাপন কৰাৰ পিছত পেনাল্টিৰ জৰিয়তে জাপানক ৩-১ গ’লত পৰাস্ত কৰি কাটাৰত চলি থকা ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ক্ৰ’ৱেচিয়াই (Croatia crushes Japan in penalty shootout in WC) ৷

BJP Internal conflict : ৰহা বিজেপিত ন-পুৰণি সদস্যৰ মাজত অন্তঃকন্দল

ৰহাত তুংগত উঠিছে জ্যেষ্ঠ বিজেপি কৰ্মী আৰু ন-বিজেপিৰে মুকলি সংঘাত (BJP internal conflict) । দলত ন-বিজেপিৰ আগ্ৰাসন আৰু একাংশ ন-বিজেপিয়ে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পুৰণি জ্যেষ্ঠ বিজেপি কৰ্মী ৷ দলে যদি জ্যেষ্ঠ বিজেপি কৰ্মীক গুৰুত্ব প্ৰদান নকৰে তেন্তে বিজেপিয়ে বিপৰ্যয়ৰ সন্মুখীন হ’ব বুলি মন্তব্য জ্যেষ্ঠ বিজেপি কৰ্মীৰ ৷

NULM Assam: নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত অসম আৰ্হিক সৰ্বভাৰতীয় স্বীকৃতি

নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ অসম আৰ্হিয়ে সমগ্ৰ ভাৰতে লাভ কৰিছে স্বীকৃতি (Assam model of urban poverty eradication) ৷ অতি সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কৰিছে এই দাবী(CM Himanta Biswa Sarma) ৷ নগৰীয়া দৰিদ্ৰতা দূৰ কৰা আৰু নগৰাঞ্চলৰ অৰ্থনৈতিকভাৱে পিছ পৰা লোকসকলক আৰ্থ-সামাজিকভাৱে শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় নগৰ জীৱিকা মিছন (এনইউএলএম), অসমৰ শেহতীয়া পদক্ষেপসমূহে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰিছে উচ্চ প্ৰশংসা (Pan India recognition) ৷

Assam CM in Bongaigaon : শীঘ্ৰে সম্পূৰ্ণ হ’ব বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী দলংখন

11 বছৰে অসম্পূৰ্ণ হৈ থকা বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী আই নদীৰ ওপৰত থকা দলংখনৰ কাম শীঘ্ৰে আৰম্ভ হ’ব ৷ যাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে আৱন্টন কৰি দিছে 29 কোটি টকা ৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Visited AIE Bridge in Bongaigaon) ৷

CM reactions on Badaruddin comment : আজমলক আঁঠুৱাৰ তলৰ মহ আখ্যা মুখ্যমন্ত্ৰীৰ

এ আই ইউ ডি এফ দলৰ নেতা বদৰুদ্দিন আজমলে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা হিন্দু ধৰ্মাৱলম্বী পুৰুষ সন্দৰ্ভত আগবঢ়াইছিল অশালীন মন্তব্য(Assam CM reactions on Badaruddin comment) ৷ বঙাইগাঁৱত বিশাল জনসভাত অংশ লৈ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক আঠুঁৱা তলৰ মহ বুলি কয় ৷ তেওঁ আঠুঁৱা মানে আইনক বুজায় ৷

Sudden visit of Keshav Mahanta: ৰাজ্য চৰকাৰে নতুনকৈ নিযুক্তি দিব পাঁচ শতাধিক চিকিৎসকক

সোমবাৰে সন্ধিয়া কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত লাগিল হুৱাদুৱা । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত হঠাৎ উপস্থিত হয় চিকিৎসালয়খনত । চিকিৎসালয়ৰ পঁয়ালগা অৱস্থাৰ কথা সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই মন্ত্ৰীগৰাকীয়ে হঠাৎ উপস্থিত হয় চিকিৎসালয়খনত (Keshav Mahanta Sudden visit to RNB Hospital in Kokrajhar) ।

JB College Ragging accused: জে বি কলেজৰ ৰেগিংকাণ্ডত জড়িত ৯ জনক গ্ৰেপ্তাৰ

প্ৰণৱ জ্যোতি চেতিয়াৰ অভিযোগৰ ভিত্তিত আৰু জে বি কলেজৰ অধ্যক্ষৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ৰেগিংকাণ্ডৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ(JB College Ragging accused) ৷ যোৰহাট সদৰ থানাত ৮৯৩ / ২০২২ নম্বৰৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩২৫/৫০৬/৩৪ আৰু ৰেগিং বিৰোধী আইন 1998ৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে ৷

Exit polls predict Modi march in Gujarat and Himachal: মোডীৰ পক্ষত এক্সিট প’ল

গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি পৰাৰ পিছতে গুজৰাট আৰু হিমাচল প্ৰদেশৰ প্ৰাৰম্ভিক এক্সিট প’লে বিজেপিয়েই শেষ হাঁহি মৰাৰ ইংগিত দিছে (Exit polls predict Modi march)৷

Chowkidar Chor Remarks : ২৫ জানুৱাৰীলৈকে সাময়িক সকাহ ৰাহুল গান্ধীৰ

২৫ জানুৱাৰীলৈকে ৰাহুল গান্ধীক সাময়িক সকাহ দিছে বোম্বে উচ্চ ন্যায়ালয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘চৌকিদাৰ চোৰ হ্য’ বুলি মন্তব্য কৰাৰ পাছতে মানহানি গোচৰ ৰুজু হৈছিল কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে (Interim relief to Rahul Gandhi)৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.