নিজামৰ দেশলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ক’লে ‘‘চিন মোকাম নোহোৱা হ’ব নিজামৰ’’
দক্ষিণ ভাৰতত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma in Telangana) ৷ তেলেংগনাৰ ৱাৰেংগলত বিজেপিৰ সভাত উদাত্ত ভাষণ অসমৰ মুখ্যমন্ত্ৰীৰ (Himanta Biswa Sarma addreses public meeting in Telangana) ৷ তেলুগু ভাষাত নিজামৰ দেশৰ ৰাইজক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই ক’লে এতিয়া আৰু নিজামৰ দিন নচলিব, চিন মোকাম নোহোৱা নিজাম, ওৱেছিৰ ৷
Jana Shatabdi Express connects Tripura-Manipur : ত্ৰিপুৰা-মণিপুৰ সংযোগী জনশতাব্দী এক্সপ্ৰেছ মুকলি
দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত মুকলি হ'ল ত্ৰিপুৰা আৰু মণিপুৰৰ মাজত প্ৰথমখন জনশতাব্দী এক্সপ্ৰেছ । কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে মুকলি কৰে এই সেৱা (Railway minister flags off Jan Shatabdi Express) । আগৰতলাৰ বধৰঘাট ৰে’ল ষ্টেচন আৰু মণিপুৰৰ জিৰিবাম ৰে’ল ষ্টেচনৰ মাজত সপ্তাহত তিনিবাৰকৈ চলাচল কৰিব ৰে'লখন ।
Preparation for Bhogali Bihu : যোৰহাটৰ পথাৰত ৰাইজে সাজিলে যন্তৰ-মন্তৰ
চেনেহৰ ভোগালীক আদৰিবলৈ দক্ষিণ-পশ্চিম যোৰহাটৰ ২ নং চৰাইবাহী গাঁৱত চলিছে পূৰ্ণ প্ৰস্তুতি (Preparation for Bhogali Bihu at Charaibahi) ৷ ৰাইজে একত্ৰিত হৈ সাজি উলিয়ালে যন্তৰ-মন্তৰ আকৃতিৰ ভেলাঘৰ ৷
HIV Cases in Kokrajhar: কোকৰাঝাৰত 314 গৰাকী ব্যক্তি এইচ আই ভি পজিটিভ
কোকৰাঝাৰত এইড আই ভি সম্পৰ্কীয় সজাগতা কৰ্মশালা ৷ বৰ্তমান জিলাখনত আছে 314 গৰাকী এইডছ আক্ৰান্ত ৰোগী ৷
MLA Monoranjan Talukdar on new SOP : ক'ভিডৰ নতুন নিৰ্দেশনাক তীব্ৰ সমালোচনা সৰভোগৰ বিধায়কৰ
মাণিকপুৰত অনুষ্ঠিত হৈছে চিপিআইএমৰ বঙাইগাঁও জিলাৰ দ্বাদশ সন্মিলন (12th CPIM Bongaigaon District general meeting) ৷ শনিবাৰে অনুষ্ঠিত এই সন্মিলনৰ মুকলি সভাত জিলাখনৰ চিপিআইএমৰ দলীয় নেতা-কৰ্মীৰ সৈতে সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বক্তব্য প্ৰদান কৰে বিধায়ক গৰাকীয়ে (12th CPIM meeting held at Manikpur) ৷
Magic Book of Records : লখিমপুৰৰ জয়লক্ষী পায়েঙলৈ মেজিক বুক অৱ ৰেকৰ্ডছৰ সন্মান
'মেজিক বুক অৱ ৰেকৰ্ডে' (Magic Book of Records) আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ প্ৰতিযোগিতাত উজলিল লখিমপুৰৰ জয়লক্ষী পায়েং নামৰ কিশোৰজন ৷ অনলাইনযোগে অংশগ্ৰহণ কৰি জয়লক্ষী পায়েঙে লাভ কৰিছে "বেষ্ট এচিভাৰ এৱাৰ্ড 2021" আৰু "বেষ্ট চাইল্ড যোগ আৰ্টিষ্ট" সন্মান ৷
Covid cases in India: দেশত শনিবাৰেও ১ লাখৰ অধিক লোক আক্ৰান্ত কৰ'ণাত
দেশত একেৰাহে চতুৰ্থ দিনাও ১ লাখৰো অধিক লোক ক'ভিডত আক্ৰান্ত হৈছে । অ'মিক্ৰণৰ সংক্ৰমণো দেশত অব্যাহত আছে (Omicron cases in India)। দেশত মুঠ ১৫১.৫৮ কোটি ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।
Preparation for Bhogali Bihu : ৰাতি দহ বজাৰ ভিতৰতে উৰুকাৰ ভোজ খাব ৰঙিয়াবাসীয়ে
ৰাজ্য চৰকাৰৰ ক’ভিড সম্পৰ্কীয় নতুন SOP ওলোৱাৰ পিছতো ম্লান পৰা নাই ভোগালীৰ আনন্দ ৷ উৰুকাৰ নিশা দহ বজাৰ আগেয়ে ৰাইজে ভোজ খোৱা পৰ্ব সামৰাৰ লগতে নিশা কোনেও ভেলাঘৰত থাকিব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে শুকুৰবাৰে প্ৰকাশ পোৱা ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনাত ৷ কিন্তু ৰাজ্যত ইমূৰৰ পৰা সিমূৰলৈ পূৰ্বৰ দৰেই অব্যাহত আছে ভোগালীৰ প্ৰস্তুতি ৷
Bhogali Bihu Preparation at Barpathar : পদূলিত ভোগালী... বৰপথাৰবাসীৰ তত নাই গাত
কৰ’ণা পৰিস্থিতিৰ মাজতো ভোগালী বিহুৰ প্ৰস্তুতিত ব্যস্ত ৰাজ্যবাসী (Preparations for the Bhogali Bihu in Assam) । ভোগালীক আদৰিবলৈ কঁকালত টঙালি বান্ধি সাজু হৈছে বৰপথাৰবাসী (Bhogali bihu preparation at Borpathar) ৷
কলিয়াবৰৰ বেঙেনাআটী চৰকাৰী বুনিয়াদী বিদ্যালয়ত মধ্যহ্ন ভোজনত ব্যাপক দুৰ্নীতি
কলিয়াবৰৰ বেঙেনাআটী চৰকাৰী বুনিয়াদী বিদ্যালয়ত চলিছে মধ্যাহ্ন ভোজনৰ ব্যাপক দুৰ্নীতি (Corruption in Mid-Day Meal) ৷ চৰকাৰে দিয়া নিৰ্দশ মৰ্মে ছাত্ৰ-ছাত্ৰীসকলক সুষম আহাৰ যোগান ধৰাৰ পৰিৱৰ্তে নিম্ন মানদণ্ডৰ খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপন ছাত্ৰ-ছাত্ৰীৰ (Allegation of corruption in mid day meal) ৷