ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 22, 2022, 3:01 PM IST

top-10-at-3pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

PMAY Scam in Dibrugarh : প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পত্ৰক লৈ তোলপাৰ ডিব্ৰুগড়

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এখন পত্ৰক লৈ তোলপাৰ ডিব্ৰুগড়ত (PMO letter to Dibrugarh on PMAY scam) । ডিব্ৰুগড়ৰ চিৰিং ডাইনীজান গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ ।

Sensational murder case: ভাড়া গাড়ীৰ চালকক হত্যা কৰি গাড়ী লৈ পলায়ন দুৰ্বৃত্তৰ

ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপন কলেজৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয় (Murder case at Moran)৷ জানিব পৰা অনুসৰি মৃত ব্যক্তিজন অৰুণাচলৰ দেউমাৰিৰ ৰাজেশ শ্বাহ বুলি জানিব পৰা গৈছে (Rajesh Shah mysterious death) ৷ গাড়ীৰ ভাড়া মাৰিবলৈ মৰাণলৈ আহিছিল লোকজন ৷ তিনিজন ব্যক্তিয়ে গাড়ী ভাড়া কৰি মৰাণলৈ আনিছিল লোকজনক ৷ এল্ট’ K10 AS23W3714 নম্বৰৰ এখন গাড়ী লৈ শনিবাৰে ৰাজেশে মৰাণ আহি পোৱাৰ পাছতেই সন্ধানহীন হয়(one man missing) ৷

Bharat Jodo Yatra viral video: কংগ্ৰেছে দিব বিজেপিৰ আইটি চেলৰ বিৰুদ্ধে মানহানিৰ গোচৰ

জীতেন্দ্ৰ সিং আৰু ৰাহুল গান্ধীৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Viral video of Rahul Gandhi and Jitendra Singh)। বিজেপিৰ আইটি চেলৰ ভাৰপ্ৰাপ্ত বিষয়াই ভিডিঅ'টো টুইট কৰি কংগ্ৰেছীসকলক আক্ৰমণ কৰিছে । জীতেন্দ্ৰ সিঙৰ মতে ভাৰত জোড়ো যাত্ৰাক লৈ বিজেপি শংকিত । ৰাহুল গান্ধীয়ে পিন্ধা জোতাবোৰত ফিটা নাই । এনে পৰিস্থিতিত বিজেপিয়ে কেৱল মিছা কথা প্ৰচাৰৰ বাবে হে কাম কৰি আছে ।

Massive fire in Jorhat town: 12 ঘন্টা উকলাৰ পিছতো নুমুৱা নাই জুই

12 ঘন্টা উকলি যোৱাৰ পিছতো যোৰহাটৰ মাৰোৱাৰীপট্টিত সংঘটিত হোৱা জুই নুমুৱা নাই (Massive fire in Jorhat town) ৷ জুইৰ লেলিহান শিখাত অঞ্চলটোৰ সহস্ৰাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস হৈছে ৷ এতিয়ালৈ জুই নিৰ্বাপন কৰিবলৈ ১০০ ৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ব্যৱহাৰ কৰা হৈছে (100 Fire brigade vehicles uses) ৷

Ragging case at Assam Institute of Engineering: ৰেগিঙৰ নামত ছাত্ৰক উলংগ নৃত্য কৰিবলৈ নিৰ্দেশনা

এইবাৰ পুনৰ গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিংকাণ্ড সংঘটিত হৈছে (Assam Institute of Engineering Raging case) ৷ ৰাজ্যৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিঙৰ নামত জ্যেষ্ঠ ছাত্ৰৰ নিৰ্যাতনত আহত হৈছে বিশাল কাশ্যপ হালৈ নামৰ এজন ছাত্ৰ (Ragging case at Assam Institute of Engineering) ৷

Dimow picnic spot : ডিমৌ নদীৰ পাৰলৈ সহস্ৰাধিক বনভোজ যাত্ৰীৰ আগমন

চৰকাৰে ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিলে অধিক প্ৰচাৰ লাভ কৰিব ডিমৌৰ বনভোজস্থলীয়ে (Dimow picnic spot)। পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হোৱাৰ উপৰিও ৰাজহ সংগ্ৰহৰ বাট মুকলি হ'ব চৰকাৰৰ । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ডিমৌৰ বনভোজস্থলীৰ পৰা বিভিন্নজনৰ আহ্বান চৰকাৰলৈ ।

Road Accident at Amguri: বিলাসী বাহনৰ খুন্দাত নিহত পথচাৰী

আমগুৰিৰ খৰাগড়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Amguri) ৷ AS-04 P 0167 নাম্বাৰৰ ডাচতান বাহন এখনে এজন পথচাৰীক মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যুৰ মুখত পৰে লোকজন (One death in Road Accident) ৷

9 HPCD militants surrender: কাছাৰত উগ্ৰপন্থী সংগঠন ইছ পি চি ডিৰ 9 গৰাকী কেডাৰৰ আত্মসমৰ্পণ

বুধবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ আৰক্ষী থানাত মাৰ পিপলছ ডেমক্ৰেটিক (এইছ পি চি ডি) নামৰ উগ্ৰপন্থী সংগঠনটোৰ 9 গৰাকী সদস্যই অস্ত্ৰশস্ত্ৰসহ আৰক্ষীৰ ওচৰতে আত্মসমৰ্পণ কৰে (9 HPCD militants surrender in Cachar) ৷

National Mathematics Day 2022: শ্ৰীনিবাস ৰামানুজনক স্মৰণ কৰি সমগ্ৰ দেশত পালন ৰাষ্ট্ৰীয় গণিত দিৱস

ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ গণিতত অৱদানৰ বাবে ২০১২ চনৰ পৰা প্ৰতি বছৰে ২২ ডিচেম্বৰ দিনটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰা হয় । এই মহান গণিতজ্ঞগৰাকীৰ বিষয়ে কিছু আমোদজনক কথা জানো আহক...

Christmas 2022 Preparation in Assam: ডিমা হাছাওত প্ৰাক্ বৰদিন উদযাপন

বৰদিন খৃষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিনলৈ মাজত মাত্ৰ তিনি দিন । বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো খৃষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত চলিছে বৰদিনৰ ব্যাপক প্ৰস্তুতি (Christmas Preparation in Assam) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলোতো আৰম্ভ হৈছে বৰদিন পালনৰ পূৰ্ণ প্ৰস্তুতি (Christmas Preparation in Dima Hasao) ৷ জিলাখনৰ হাফলং ডনবস্ক' হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু হাফলং ছেইণ্ট এগনেছ কনভেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুলত বৃহস্পতিবাৰে উদযাপন কৰা হয় প্ৰাক্ বৰদিন উৎসৱ (Christmas celebration at Halflong)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.