ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 30, 2022, 2:53 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Top 10 at 3 PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Naga Miscreant Encroachment : কাৰ্বি আংলঙত নগাৰ আগ্ৰাসনত ত্ৰস্ত গাঁওবাসী

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন (Naga aggression continues in Assam Nagaland border) । চৰম শংকা আৰু জীৱনৰ নিৰাপত্তাহীনতাত ভোগাৰ কথা অসহায়ভাৱে বৰ্ণালে গাওঁবাসীয়ে ।

Rukminigaon murder case: বন্ধুক হত্যা কৰি উবেৰত লৈ গ'ল মৃতদেহ

মহানগৰীৰ ৰুক্মিনী গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Sensational murder in Guwahati)। হিতেশ দাস নামৰ এজন লোকে বন্ধুক নৃশংসভাৱে হত্যা কৰিলে । হত্যা কৰি বস্তাত ভৰাই জংঘলত দলিয়ালে বন্ধুৰ মৃতদেহ । ইতিমধ্যে হত্যাকাৰী হিতেশ দাসক গ্ৰেপ্তাৰ কৰিছে দিশপুৰ আৰক্ষীয়ে (Dispur police arrested Murderer)।

Successful woman entrepreneur: চাউল, দাইল, বিলাহী আদিৰে চাবোন প্ৰস্তুত কৰি স্বাৱলম্বী শিৱসাগৰৰ চুমি

ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰাকৈ প্ৰাকৃতিভাৱে চাবোন প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে শিৱসাগৰৰ চুমি বৰা শইকীয়া । ভাড়াঘৰতে মৰম নামেৰে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিছে মহিলাগৰাকীয়ে (Organic soap making industry in Sivasagar)। ৰাজ্যৰ লগতে পাঞ্জাৱ, ৰাজস্থানৰ মহিলাসকলো তেওঁৰ ব্যৱসায়ত জড়িত হৈ পৰিছে । মাহে লক্ষাধিক টকাৰ চাবোন বিক্ৰী কৰে চুমি বৰাই ।

MAC Visited Assam Nagaland Border : তিলোত্তমা হাঞ্চুৰ অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন

এমএচি তিলোত্তমা হাঞ্চুৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন (MAC Tilottma Hanchu visited Assam Nagaland border) । চৰকাৰৰ বিভিন্ন আঁচনি, মাটিৰ পট্টা, সীমান্ত পথ সন্দৰ্ভত ৰাইজৰ সৈতে মত-বিনিময় ৷

Rhinos roam free: ঢেকীয়াখোৱাত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় ৰাইজ

টীয়কৰ পথাৰত দুটা প্ৰাপ্তবয়ষ্ক গঁড়ৰ বিচৰণ (Rhinos roam free) ৷ জনাঞ্চলৰ কাষতে পুৱাৰে পৰা গঁড় দুটাই বিচৰণ কৰি থকাত অঞ্চলটোত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷

National Childrens Science Congress : ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত টীয়কৰ দুই ছাত্ৰ

জানুৱাৰীত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'বলগাীয়া ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে টীয়কৰ নৱম শ্ৰেণীৰ দুই ছাত্ৰ ক্ৰমে নিহাৰ দত্ত আৰু অবিনাশ তামুলী । উল্লেখ্য় যে, ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে অসমৰ ২৮ গৰাকী শিশু বিজ্ঞানী (National Childrens Science Congress 2022 23)। ইয়াৰ ভিতৰত স্থান লাভ কৰিছে টীয়ক বনাই হাইস্কুলৰ এই দুই ছাত্ৰই ।

Heeraben Modi passed away: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ ১০০ বছৰ বয়সত দেহাৱসান ঘটে (Heeraben Modi passed away) । মাতৃৰ বিয়োগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱা এটা হৃদয়স্পৰ্শী টুইট পোষ্ট কৰে ।

Pele passes away: চিৰনিদ্ৰাত দ্য কিং অৱ জগ’ বনিট’

বিংশ শতিকাৰ শ্ৰেষ্ঠ খেলুৱৈ পেলেৰ মৃত্যু (Pele passes away)৷ বৃহস্পতিবাৰৰ নিশা সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰে প্ৰয়াত খেলুৱৈগৰাকীৰ জীয়ৰী কেলী নাচচিমেণ্ট’ ই (kely nascimento instagram) ৷

Brazil Legend Footballer Pele : কিংবদন্তি ফুটবলাৰ পেলেৰ বিষয়ে কিছু কথা

সমগ্ৰ বিশ্বতে 'ব্লেক পাৰ্ল' বা 'ক'লা মুকুতা' নামেৰে জনাজাত কিংবদন্তি ফুটবলাৰ পেলেৰ খেল আৰু আচৰণ সম্পৰ্কে বহু লোকে সময়ে সময়ে বহু মন্তব্য কৰিছে (Black pearl Pele) । একে সময়তে পেলেয়ে খেল আৰু খেলুৱৈসকলৰ বিষয়েও তেওঁৰ স্পষ্ট মতামত দিছে । পেলেৰ বিষয়ে মানুহে কি কৈছে আৰু পেলেয়ে উক্ত প্ৰশ্নৰ উত্তৰত বা খেল আৰু খেলুৱৈসকলৰ বিষয়ে নিজে কি কৈছে চাওঁ আহক এবাৰ ।

Tunisha Sharma Death Case: সহ-অভিনেতা শ্বীজান খানৰ বিৰুদ্ধে তুনিষাৰ মাতৃৰ চাঞ্চল্যকৰ অভিযোগ

Tunisha Sharma suicide: তুনিষা শৰ্মাৰ মাতৃ বনীতা শৰ্মাই আদালতত হাজিৰ হোৱাৰ পূৰ্বে অভিযুক্ত শ্বীজান খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কিছু আচৰিত তথ্য ফাদিল কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.