ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 30, 2022, 3:01 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

ফ্ল’ৰাইড আৰু আৰ্ছেনিকযুক্ত পানীয়ে জনজীৱনলৈ কঢ়িয়াই আনিছে ভাবুকি

মাৰাত্মক ফ্ল'ৰাইড আৰু আৰ্ছেনিকযুক্ত পানী সেৱনৰ ফলত ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ছালৰ কৰ্কট ৰোগ, কিডনী, যকৃত, বিভিন্ন ছালৰ বেমাৰ আৰু ফ্ল'ৰাইডযুক্ত পানীৰ পৰা দাঁতৰ বিভিন্ন গুৰুতৰ ৰোগ (fluoride and arsenic is threatening public life)৷

গোৱালপাৰাত জলদস্যুৰ সন্ত্ৰাস

গোৱালপাৰাৰ হাঁচিলা বিলত চলিছে একাংশ লোকৰ সন্ত্ৰাস (Tender scam in fisheries department)। মীন উন্নয়ন নিগমৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰে মিলি বিল খনত একাংশ লোকে দালালৰাজ চলোৱাৰ অভিযোগ স্থানীয় লোকৰ । বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ মাছমৰীয়াৰ ।

লম্পট যুৱকে ভাইৰেল কৰিলে কিশোৰীৰ অশ্লীল ফটো

ৰঙিয়াৰ এগৰাকী কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ' ভাইৰেল কৰিলে যুৱকে (Minor cheated)। প্ৰৱঞ্চনাৰে কিশোৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলে যুৱকে । ন্যায় বিচাৰি কঞাঁ আৰক্ষীৰ কাষত ভুক্তভোগী কিশোৰী আৰু পৰিয়াল ।

কৰিমগঞ্জৰত বুজন পৰিমাণৰ গাঞ্জা জব্দ

কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়িত বুজন পৰিমান গাঞ্জা জব্দ(Ganja seized in Karimganj) । এইবাৰ পঞ্চাশ ষাঠি কেজি নহয় ৪ হেজাৰ ৭শ ২৮ কেজি গাঞ্জা জব্দ কৰিলে অসম আৰক্ষীয়ে(4728 kg ganja seized) । সোমাবাৰ নিশা আৰক্ষীৰ তালাচীত জব্দ গাঞ্জাখিনি । ত্ৰিপুৰাৰ পৰা ৰবৰ কঢ়িয়াই অনা AS01FC1894 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি ।

চিকিৎসকৰ গাফিলতিৰ বাবেই প্ৰসূতিয়ে প্ৰাণ হেৰুওৱাৰ অভিযোগ

ৰাজ্যত পুনৰ চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগীৰ প্ৰাণ যোৱাৰ ঘটনা পোহৰলৈ আহিছে (Patient death due to doctors negligence)৷ দুলীয়াজানত এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে (A pregnant women died at Duliajan)৷

ত্ৰিপুৰাত টিপ্ৰা সমৰ্থকৰ বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগ

ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ (Tripura Tribal Areas Autonomous District Council) খুমুলৱঙলৈ যোৱা অৱস্থাত সন্দেহযুক্ত টিপ্ৰা মোথা সমৰ্থকে বিজেপি কৰ্মীসকলৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ (TIPRA Motha supporters alleged attacks on BJP workers) । উক্ত আক্ৰমণত ২০ জনতকৈও অধিক বিজেপি কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

অৰুণাচলৰ পৰ্বতাৰোহী তাপী মিৰা নিৰুদ্দেশ

এভাৰেষ্ট শৃংগ আৰোহণ কৰা অৰুণাচল প্ৰদেশৰ প্ৰথম পৰ্বত আৰোহণকাৰী তাপী মিৰা যোৱা এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে (Mountaineer Tapi Mira from Arunachal missing) । এই তথ্য সদৰী কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu) ।

Chris Rock অস্কাৰ 2023 ৰ ঘোষকৰ প্ৰস্তাৱ অস্বীকাৰ কৰিলে ক্ৰিছ ৰকে

আয়োজক তথা কমেডিয়ান ক্ৰিছ ৰকে কয় যে 2023 চনৰ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান হ’ষ্ট কৰিবলৈ তেওঁ প্ৰস্তাৱ লাভ কৰিছিল যদিও তেওঁ এই প্ৰস্তাৱ অস্বীকাৰ কৰে (Chris Rock declines offer to host Oscars 2023 ) ।

ক্ৰিকেটাৰ সুবমন গীলৰ সৈতে চৰ্চাত ছাৰা আলী খান

ছাৰা আলী খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত অভিনেত্ৰীগৰাকী টীম ইণ্ডিয়াৰ সুদৰ্শন খেলুৱৈ সুবমন গীলৰ সৈতে ৰেষ্টুৰেণ্টত বহি থকা দেখিবলৈ পোৱা গৈছে (Sara ali khan is dating to cricketer Shubman Gill) ।

জোনাইত PMAYৰ নামত ব্যাপক দুৰ্নীতি

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি (PMAY corruption at Jonai)। দৰিদ্ৰ লোকৰ পৰিৱৰ্তে অট্টালিকা আৰু বিলাসী বাহন থকা লোকে পালে আঁচনিৰ ঘৰ । দুৰ্নীতিৰ তদন্তৰ দাবী হিতাধিকাৰীৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.