ETV Bharat / state

বিজনীত গাঞ্জাসহ মহিলাক আটক

গেৰুকাবাৰীৰ শাকতোলাৰ মহিলাগৰাকীৰ ঘৰত আৰক্ষীৰ সহযোগিতাত আবকাৰী বিভাগে অভিযান চলাই গাঞ্জাখিনি জব্দ কৰে ৷ গাঞ্জাৰ ব্যৱসায় কৰা মহিলাগৰাকীক আটক কৰি বঙাইগাঁৱৰ আবকাৰী বিভাগে নিজৰ জিম্মাত লৈছে ৷

author img

By

Published : May 20, 2019, 6:45 PM IST

বিজনীত গাঞ্জাসহ মহিলাক আটক

চিৰাং, 20 মে' : বিজনীৰ গেৰুকাবাৰীত গাঞ্জাসহ এগৰাকী মহিলাক আটক ৷ গেৰুকাবাৰীৰ শাকতোলাৰ মহিলাগৰাকীৰ ঘৰত আৰক্ষীৰ সহযোগিতাত আবকাৰী বিভাগে অভিযান চলাই গাঞ্জাখিনি জব্দ কৰে ৷

বিজনীত গাঞ্জাসহ মহিলাক আটক

আবকাৰী বিষয়া ৰিংছাৰ বসুমতাৰীয়ে জনোৱা অনুসৰি জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় 14 কিলোগ্ৰাম ৷ গাঞ্জাৰ ব্যৱসায় কৰা মহিলাগৰাকীক আটক কৰি বঙাইগাঁৱৰ আবকাৰী বিভাগে নিজৰ জিম্মাত লৈছে ৷

Slug : As_Chg_20th May_803_Bongaigaon Ganja recover,one arrest_vis & byt_Abdul Maleque Ahmed.

Send by ftp. 

বিজনীৰ গেৰুকাবাৰীত গাঞ্জা উদ্ধাৰ এজন গ্ৰেপ্তাৰ । ৰিংছাৰ বসুমতাৰী নামৰ এজন বিষয়াই হাতেলোটে ধৰিলে ১৫ কেজি গাঞ্জা । বঙাইগাঁও জিলাৰ গেৰুকাবাৰীত উদ্ধাৰ হয় এই গাঞ্জাখিনি । গেৰুকাবাৰীৰ শাকতোলাৰ গৌৰী চৌহান (৫০) নামৰ মহিলা জনীৰ ঘৰৰ পৰা উদ্ধাৰ এই গাঞ্জা খিনি । গেৰুকাবাৰী আৰক্ষীৰ সহযোগিতাত আবকাৰী বিভাগৰ এই অভিযান  বৰ্তমান উদ্ধাৰ গাঞ্জা সহ আটক মহিলা জনী বঙাইগাঁওৰ আবকাৰী বিভাগৰ  তত্বাৱধানত আছে ।
বাইট : ৰিংছাৰ বসুমতাৰী, আবকাৰী বিষয়া । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.