ETV Bharat / state

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বঙাইগাঁও জিলা প্ৰশাসন

বঙাইগাঁৱত মুঠ ২৪২ টা ভোটগ্ৰহণত কেন্দ্ৰত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া ৷ ইয়াৰে ৮ টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব কেৱল মহিলাৰ বাবে ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বঙাইগাঁও জিলা প্ৰশাসন
author img

By

Published : Apr 22, 2019, 5:49 PM IST

বঙাইগাঁও, 22 এপ্ৰিলঃ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ ২৪২ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ এই 242 টা ভোটগ্ৰহণৰ ৮ টা ভোটগ্ৰহণত কেন্দ্ৰত থাকিব কেৱল মহিলা ৷ য‘ত নিৰাপত্তাৰক্ষীৰ পৰা আৰম্ভ কৰি সকলো বিষয়া হ’ব মহিলা ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বঙাইগাঁও জিলা প্ৰশাসন

সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৭২৬০০ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা ৮৬৫২৭ জন আৰু ৮৬০৭৩ জনী । এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্দৰ্ভত জিলা উপায়ুক্ত আদিল খানে জনায় যে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলাখনত সম্পূৰ্ণৰূপে সষ্ঠম কৰি তোলা হৈছে নিৰাপত্তা ব‍্যৱস্থা ৷ ইতিমধ্যে ভোটগ্ৰহণৰ বাবে সকলো বিষয়া কৰ্মচাৰীক ইভিএম আদি বিতৰণ কৰা হৈছে ।

Intro:বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও জিলাৰ বঙাইগাঁও বিধান সভা সমষ্টিৰ ২৪২ টা ভোটগ্ৰহন কেন্দ্ৰৰ ৮ টা ভোটগ্ৰহন কেন্দ্ৰ মহিলাৰ হব যত নিৰাপত্তা ৰক্ষিৰ পৰা আৰম্ভ কৰি সকলো বিষয়া মহিলা থাকিব । সমষ্টিটোৰ মুঠ ভোটাৰ ১৭২৬০০ জন ইয়াৰে পুৰুষ ভোটাৰ ৮৬৫২৭ আৰু ৮৬০৭৩ জন। জিলা উপায়ুক্ত আদিল খানে জনায় যে তৃতীয় পৰ্য‍্যায়ৰ লোক সভা নিৰ্ব্বাচন জিলাখনত শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবলৈ নিৰিপত্তা ব‍্যৱস্থাকে আদি কৰি সকলো দিশত সম্পুৰ্মৰূপে সষ্ঠম কৰিতোলা হৈছে । কাইলৈৰ ভোট গ্ৰহনৰ বাবে সকলো বিষয়া কৰ্মচাৰীক ইভিএম আদি বিতৰন কৰি থকা হৈছে । আজিৰ ভিতৰতে ভোটগ্ৰহন কেন্দ্ৰত গৈ উপস্থিত হব ।

বাইট : আদিল খান, জিলা উপায়ুক্ত বঙাইগাঁও জিলা ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : আদিল খান, জিলা উপায়ুক্ত বঙাইগাঁও জিলা ।

Conclusion:কাইলৈৰ ভোট গ্ৰহনৰ বাবে সকলো বিষয়া কৰ্মচাৰীক ইভিএম আদি বিতৰন কৰি থকা হৈছে । আজিৰ ভিতৰতে ভোটগ্ৰহন কেন্দ্ৰত গৈ উপস্থিত হব ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.