ETV Bharat / state

ক'ভিড জয় কৰি নিজ গৃহলৈ উভতিল প্ৰফুল্ল ৰায় - বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ফনীভূষন চৌধুৰী

কৰ'ণাত আক্ৰান্ত হৈ দীৰ্ঘদিনে জিএমচিএইচত চিকিৎসাধীন হৈ থকা বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 3নং জামদহা গাঁৱৰ প্ৰফুল্ল ৰায় সুস্থ হৈ উভতি আহিল নিজ গৃহলৈ ৷

Prafulla Rai returns to his home after conquering The Covid
ক'ভিড জয় কৰি নিজ গৃহলৈ উভতিল প্ৰফুল্ল ৰায়
author img

By

Published : May 23, 2021, 2:29 PM IST

বঙাইগাঁও,23 মে': ক'ভিড জয় কৰি নিজ গৃহলৈ উভতি আহিলে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 3নং জামদহা গাঁৱৰ প্ৰফুল্ল ৰায় ৷ কৰ'ণাত আক্ৰান্ত হৈ দীৰ্ঘদিনে জিএমচিএইচত চিকিৎসাধীন হৈ থকা লোকজন শুকুৰবাৰে সুস্থ হৈ ঘৰলৈ উভতি অহাত এক প্ৰকাৰ আনন্দিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ৷

উল্লেখ্য যে, বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ তৎপৰতাত প্ৰফুল্ল ৰায়ক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল জিএমচিএইচলৈ ৷ সম্প্ৰতি সুস্থ হৈ ঘৰলৈ উভতি অহাত দুয়ো গৰাকী নেতাক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰফুল্ল ৰায়ৰ পৰিয়ালে ।

লগতে পঢ়ক: টিংখাঙত চেনিটাইজেশ্যন কৰিলে জিলা প্ৰশাসনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.