ETV Bharat / state

পত্নী হত্যাকাৰীৰ ফাঁচীৰ দাবীত থানা ঘেৰাও - Assam Police

বিলাসীপাৰাৰ ৰানীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত 1 নং বাঘমাৰী গাঁওত বিগত 8 মে'ত স্বামীৰ প্ৰহাৰত মৃত্যুমুখত পৰিছিল আনোৱাৰা বিবি নামৰ মহিলাগৰাকী ৷ হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰৰ দাবীত শনিবাৰে একাংশ স্কুলীয়া ছাত্ৰীসহ মহিলাই থানা ঘেৰাও কৰে ৷

পত্নী হত্যাকাৰীৰ ফাঁচীৰ দাবীত থানা ঘেৰাও
author img

By

Published : May 11, 2019, 4:58 PM IST

বিলাসীপাৰা, 11 মেঃ বিলাসীপাৰা ৰানীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত বাঘমাৰী প্ৰথম খণ্ড গাঁওত বিগত 8 মে'ত স্বামীৰ প্ৰহাৰত নিহত হৈছিল আনোৱাৰা বিবি নামৰ মহিলাগৰাকী ৷ আনহাতে এই কাণ্ড সংঘটিত কৰিয়ে পলাতক হৈ আছিল অভিযুক্ত স্বামী মইদুল হকে ৷ পলাতক মইদুল হকৰ গ্ৰেপ্তাৰৰ দাবীৰে শ-শ মহিলা আৰু স্কুলীয়া ছাত্ৰীয়ে ঘেৰাও কৰি তোলে ৰানীগঞ্জ আৰক্ষী চকী ৷

পত্নী হত্যাকাৰীৰ ফাঁচীৰ দাবীত থানা ঘেৰাও

এই ঘটনাৰ তিনিঘন্টা সময়ৰ ভিতৰতে আৰক্ষীয়ে পলাতক হৈ থকা অভিযুক্ত মইদুল হকক চৰুৱাভিটা গাঁৱৰ এঘৰৰ গ্ৰেপ্তাৰ কৰে | ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৭৪/১৯ নম্বৰ আৰু ৩০৪ বি ধাৰাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত মইদুল হকক বিলাসীপাৰা মহকুমা আদালতলৈ প্ৰেৰণ কৰে ৷

Intro:A. I - বিলাসীপাৰাত পত্নী হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত শনিবাৰে উত্তাল পৰিস্থিতি | 

শ শ স্কুলীয়া ছাত্ৰী সহ মহিলাই ঘেৰাও কৰে ৰাণীগঞ্জ আৰক্ষী চকী | উল্লেখ্য যে

বাঘমাৰী ১ম খণ্ড গাঁৱত যোৱা, ৮ মে'ত স্বামীয়ে হত্যা কৰিছিল পত্নী আনোৱাৰা বিবি(৩২)ক | হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছিল হত্যাকাৰী মইদুল হক | হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত আজি প্ৰতিবাদ মুখৰ হৈ পৰে শ শ মহিলা আৰু স্কুল কলেজীয়া ছাত্ৰী একাংশই | প্ৰতিবাদী মহিলা আৰু ছাত্ৰী সকলে বাঘমাৰী গাঁৱৰ পৰা উলিয়াই এক প্ৰতিবাদী সমদল |Body:হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নাৰী নিৰ্যাতন বন্ধ কৰক আদি শ্ল'গানেৰে আকাশ বতাহ উত্তাল কৰি তোলে | পিছত প্ৰতিবাদী সমদল টো ৰাণীগঞ্জ আৰক্ষী চকীত উপস্থিতি আৰক্ষী চকীটো ঘেৰাও কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ | ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে হত্যাকাৰীক ৩ ঘন্টা সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে |Conclusion:আৰু সেই মতে আৰক্ষীয়ে অভিযান চলাই পলাতক হৈ থকা হত্যাকাৰী মইদুল হকক চৰুৱাভিটা গাঁৱৰ এঘৰৰ গ্ৰেপ্তাৰ কৰে | হত্যাকাৰীক গ্ৰেপ্তাৰৰ পিছত আৰক্ষী ঘেৰাও কাৰ্যসূচী তুলি লয় প্ৰতিবাৰকাৰী সকলে | লগতে হত্যাকাৰী মইদুল হকৰ ফাঁচিৰ দাবী তোলে | 

 ইফালে মহিলা গৰাকীক কিদৰে হত্যা কৰিলে মইদুল হকে,  তেৱৰ মুখেৰে শুনক

Bite No 4

আৰক্ষী ঘটনা সন্দৰ্ভত নিহত মহিলা গৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৭৪/১৯ নম্বৰ আৰু ৩০৪ বি ধাৰাৰ গোচৰৰ ভিত্তিত বিলাসীপাৰা মহকুমা আদালতলৈ প্ৰেৰন কৰে |

Bite

1+2 আৰক্ষী বিষয়া(ৰাণীগঞ্জ)

3. প্ৰতিবাদী মহিলা

4. হত্যাকাৰী মইদুল হক, 

বিলাসীপাৰাপ পৰা

আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.