ETV Bharat / state

বঙাইগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক অৰবিন্দ নাথ

নাথ যোগী ছাত্ৰ সন্থাই বঙাইগাঁৱত সাব্যস্ত কৰে প্ৰতিবাদ ৷ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদে অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা নাথ যোগী লোকসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ কৰি সংগঠনটোৱে সাৱস্ত্য কৰে প্ৰতিবাদ ৷

nath yogi satra santha protest at bongaigaon
বঙাইগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Jan 10, 2020, 11:58 PM IST

বঙাইগাঁও , 10 জানুৱাৰী : বঙাইগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদে অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা নাথ যোগী লোকসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ কৰি সংগঠনটোৱে শুকুৰবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পিছতে ৰাজ্যত গঢ় লৈ উঠা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাক সামৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰে ৷

বঙাইগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

এই পৰিষদ গঠন হোৱাৰ পাছত এলেকাটোত বসবাস কৰা নাথ যোগী লোকসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব হ'ব বুলি শংকিত হৈ মন্তব্য কৰে নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ দাবী জনায় নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক গৰাকীয়ে ৷

আৰু পঢ়ক : বঙাইগাঁও জিলাত ৰণশিঙা বজালে সদৌ অসম ছাত্ৰ সন্থাই

Intro:বঙাইগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদে অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা নাথ যোগী লোকসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ কৰি সংগঠনটোৰ এই প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰাৰ পিছতে ৰাজ্যত গঢ় লৈ উঠা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাক সামৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰে ৷ কিন্তু ঘোষিত স্বায়ত্ব শাসিত পৰিষদখনে এলেকাটোত বসবাস কৰা নাথ যোগী লোকসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিব বুলি শংকিত হৈ পৰিছে ৷

বাইট : অৰবিন্দ নাথ,সাধাৰন সম্পাদক ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।

Body:বঙাইগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷

Conclusion:বঙাইগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.