ETV Bharat / state

বঙাইগাৱঁত দলং ভাঙি পানীত পৰিল মিনি ট্ৰাক - বেতবাৰী চোৰাপাৰা সংযোগী কাঠৰ দলং

সোমবাৰে দিনৰ ভাগত বেতবাৰী চোৰাপাৰা সংযোগী একমাত্ৰ এই জৰাজীৰ্ণ কাঠৰ দলঙখন ভাঙি সৰি পৰে এখন মিনি ট্ৰাক৷ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৰাইজৰ মাজত৷

বঙাইগাৱঁত দলং ভাঙি পানীত পৰিল মিনি ট্ৰাক
author img

By

Published : Oct 15, 2019, 4:17 PM IST

বঙাইগাঁও, 15 অক্টোবৰঃ বঙাইগাঁওৰ বিধান সভাৰ বিধায়ক তথা মন্ত্ৰী ফণীভূষন চৌধুৰীৰ সমষ্টিত কাঠৰ দলং ভাঙি পানীত পৰে মহেন্দ্ৰা মিনি ট্ৰাক৷ বিগত ৩৫ বছৰে সমষ্টিখনৰ বিধায়ক হৈ আছে ফণীভূষণ চৌধুৰী৷ কিন্তু তেখেতৰ সমষ্টিতে একমাত্ৰ কাঠৰ দলঙখন বৰ্তমান পানীৰ তলত৷ সোমবাৰে দিনৰ ভাগত বেতবাৰী চোৰাপাৰা সংযোগী একমাত্ৰ এই জৰাজীৰ্ণ কাঠৰ দলঙখন ভাঙি সৰি পৰে এখন মিনি ট্ৰাক৷ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৰাইজৰ মাজত৷

বেতবাৰী চোৰাপাৰা সংযোগী জৰাজীৰ্ণ কাঠৰ দলং

উল্লেখ্য যে, বিগত 2002 চনত প্ৰজেক্ট প্ৰহৰীৰ অধীনত সেইসময়ৰ আৰক্ষী সঞ্চালক হৰেকৃষ্ণ ডেকাই উদ্বোধন কৰিছিল এই কাঠৰ দলং খন৷ ৰাইজৰ একমাত্ৰ যাতায়াতৰ ভৰষা কুঁজীয়া নৈৰ ওপৰত থকা দলঙখনৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে বিধায়কগৰাকীক বহু অনুৰোধ কৰাৰ পাছতো এখন পকী দলঙৰ নিৰ্মান কৰা নহ’ল৷ যাৰ ফলত সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ দূৰ্ঘটনাটো৷ উক্ত দূৰ্ঘটনাত কথমপি প্ৰাম ৰক্ষা পৰে গাড়ীৰ ভিতৰত থকা পাচঁজনকৈ লোকৰ৷

Intro:বঙাইগাৱঁত দলং ভাঙি পানীত পৰিল ট্ৰাক ৷
বঙাইগাঁওৰ বিধান সভাৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষন চৌধুৰীৰ সমষ্টিত কাঠৰ দলং ভাঙি পানীত পৰিল মহেন্দ্ৰা মিনি ট্ৰাক ৷

Body:বঙাইগাঁওৰ বিধান সভাৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষন চৌধুৰীৰ সমষ্টিত কাঠৰ দলং ভাঙি পানীত পৰিল মহেন্দ্ৰা মিনি ট্ৰাক । বিগত ৩৫ বছৰৰ পৰা এই খন সমষ্টীৰ পৰা বিধায়ক তথা কেবাবাৰো মন্ত্ৰী হোৱা ফণীভূষন চৌধুৰীৰ সমষ্টীৰ দৃশ্য এয়া । জিলাখনৰ কুঁজীয়া নৈৰ ওপৰত থকা একমাত্ৰ দলং খন পানীৰ তলত আজি ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সমষ্টিৰ বেতবাৰী-চোৰাপাৰা সংযোগী একমাত্ৰ কাঠৰ দলং খনৰ পৰা তলত সৰি পৰিল গাড়ী ৷ হাহাকাৰ ৰাইজৰ মাজত ৷যোগাযোগ বিচিন্ন ৷

আজি দিনৰ 1 মান বজাত এই খন মিনি ট্ৰাক কাঠৰ দলং খনৰে পাৰ হব ধৰা সময়তে তলত সৰি পৰিল ৷
ভাগ্যক্ৰমে কোনেও হতাহত নহল ৷ গাড়ীৰ ভিতৰত থকা পাচঁজন লোক কঠোমপি প্ৰাণ ৰক্ষা ৷
বিগত 2002 চনত প্ৰজেক্ট প্ৰহৰীৰ অধীনত সেইসময়ৰ আৰক্ষী সঞ্চালক হৰেকৃষ্ণ ডেকাই উদ্বোধন কৰিছিল এই কাঠৰ দলং খন ৷
ৰাইজৰ একমাত্ৰ যাতায়াতৰ ভৰষা এই খন কুঁজীয়া নৈৰ ওপৰত থকা দলংখন ৷সিয়ো আজি পানীৰ তলত ৷ স্থানীয় বিধায়কক বহু বাৰ অনুৰোধ কৰাৰ পাছতো ইয়াত এখন পকি দলং নহল ৷ৰাইজৰ ক্ষোভ ৷

বাইট ৰাইজৰ

Conclusion:দৃশ্য দেখিলে অতি সহজেই অনুমান কৰিব পাৰিব কিমান গুৰুত্বপুৰ্ণ দলংখন । স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী আৰু অঞ্চলটোৰ বিভিন্ন লোকৰ যাতায়াতৰ একমাত্ৰ ভৰষা এইখন দলং কিন্ত কোনো কানসাৰ নাই চৰকাৰ প্ৰশাসনৰ । অতিকৈ দুৰভাগৎজনক কথা যে বিগত ৩৫ টা বছৰ এই সনষ্টীৰ পৰা নিৰ্ব্বাচিৰ হৈ অহা বিধায়ক তথা মন্ত্ৰী ফণীভূষন চৌধুৰীয়েও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.