ETV Bharat / state

বঙাইগাঁৱত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - অসম নিউজ

সদৌ অসম ছাত্ৰ সন্থা আছুৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁও মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় । লগতে উপস্থিত থাকে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল ৷

বঙাইগাঁৱত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
author img

By

Published : Jun 29, 2019, 10:37 PM IST

বঙাইগাঁও, 29 জুনঃ বঙাইগাঁৱত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । আছু সভাপতি দিপাঙ্ক কুমাৰ নাথে সম্বৰ্ধনা জনায় হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উত্তীৰ্ণ 131 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিকৰ দশম স্থান দখল কৰা নিকিতা পাঠকক । সদৌ অসম ছাত্ৰ সন্থা আছুৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁও মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় । লগতে উপস্থিত থাকে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোনোৱা ৷ অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা বিভাগে সন্মানীয় শিক্ষাগুৰু সকলকলৈ লৰা ধেমালি কৰাৰ অভিযোগ কৰি কয় যে, শিক্ষক সকলৰ পদসমূহ নিয়মীয়াকৰণ কৰিব লাগে । হাইস্কুল সমূহক উচ্চতৰ মাধ্যমিকলৈ উন্নিত কৰি কলেজ সমূহৰ অধ্যাপকসকলৰ বোজা কমাবলৈ মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ক্ষেত্ৰত অসমৰ চাৰিওদিশৰ ছাত্ৰ-ছাত্ৰীৰ উপকৃত হ'ব পৰাকৈ নীতি প্ৰস্থুতৰ দাবীত আছুয়ে বিতং কথা সাঙুৰি কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰনালয়লৈ প্ৰতিবেদন দাখিল কৰা বুলি মন্তব্য কৰে আছু সভাপতি গৰাকীয়ে ৷

Intro:বঙাইগাঁওত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । আছু সভাপতি দিপাঙ্ক কুমাৰ নাথে সম্ভৰ্ধনা জনায় হাইস্কুল শেষান্ত পৰিক্ষাত ডিষ্টিংচন সহ উত্তিৰ্ণ ১৩১ জন ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিকৰ দশম স্থান দখল কৰা নিকিতা পাঠকক সম্বৰ্ধনা জনায় । Body:সদৌ অসম ছাত্ৰ সন্থা আছুৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁও মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক সম্ভৰ্ধনা জনায় । আছুৰ সভাপতি দিপাঙ্ক কুমাৰ নাথ উপস্থিত থাকি সম্ভৰ্ধনা জনায় ছাত্ৰ-ছাত্ৰী সকলক । বঙাইগাঁও জিলা আৰক্ষী অধিক্ষক সুবোধ সোনোৱা এই অনুষ্ঠানত উপস্থিত থাকে ।

আছু সভাপতি দিপাঙ্ক কুমাৰ নাথে কয় যে অসম চৰকাৰৰ শিক্ষা বিভাগে সন্মানীয় শিক্ষাগুৰু শিক্ষক সকলক লৈ লৰা ধেমালি কৰাৰ অভিযোগ কৰি কয় যে পৰ্য্যায় ক্ৰমে শিক্ষক সকলৰ পদসমুহ নিয়মীয়া কৰন কৰিব লাগে। একে দৰে কলেজ সমুহৰ শিক্ষক সকলৰ বোজা কমাবলৈ হায়াৰ ছেকণ্ডাৰী আতৰাই লোৱাৰো পোষকতা কৰে পৰ্য্যায় ক্ৰমে । হাই স্কুল সমুহক হায়াৰ ছেকণ্ডাৰীলৈ উন্নিত কৰিহে এই ব্যৱস্থা কাৰ্য্যকৰি কৰাৰ কথা কয়।
ৰাষ্ট্ৰীয় শিক্ষা শিক্ষা নীতিৰ ক্ষেত্ৰত অসমৰ চাৰিওদিশৰ ছাত্ৰ-ছাত্ৰীৰ উপকৃত হব পৰাকৈ নীতি প্ৰস্থুতৰ দাবীত আছুয়ে বিতং কথা সাঙুৰি কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰনালয় লৈ প্ৰতিবেদন দাখিল কৰা বুলি কয় আছু সভাপতি জনে ।

বাইট : দিপাঙ্ক কুমাৰ নাথ, আছু সভাপতি । Conclusion:সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰৰ দৰে এইবাৰো বঙাইগাঁওত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় । এই সম্বৰ্ধনাই ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ উদ্দিপনা দিয়ে । অদুৰ ভৱিষ্যতেও এই ধৰনৰ সম্বৰ্ধনা জনোৱাৰ কথাও জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.