- বঙাইগাঁও জিলাৰ অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত ২ টা পিষ্টলসহ আটক এজন (Man arrested with pistols in Bongaigaon)
- আটকাধীন যুৱকজন কীৰ্ত্তনপাৰা ২য় খণ্ডৰ ইমৰান হুছেইন বুলি জানিব পৰা গৈছে
- মহকুমা আৰক্ষী বিষয়াই এক গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান
- অভয়াপুৰী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 25(1)A Arms act ৰ অধীনত 407/22 নম্বৰত এটা গোচৰ ৰুজু কৰিছে
- অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়েঅভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত পিষ্টলসহ আটক এজন