ETV Bharat / state

বঙাইগাঁৱত দহটাকৈ জাতীয় সংগঠনৰ যৌথ সংবাদমেল

একপক্ষীয়ভাৱে বিটিআৰ গঠন আৰু ইয়াৰ ৰূপায়ণৰ বিৰোধিতাৰে সংবাদমেলত জাঙুৰ খাই উঠে দহটাকৈ জাতীয় সংগঠন ৷ বিটিআৰত কেৱল বড়ো সকল নাথাকে বুলি কৈ সংগঠন সমূহে সকলো জনগোষ্ঠীক বিশ্বাসত লৈ শান্তি স্থাপনৰ উদ্দেশ্যে আলোচনা নকৰিলে পুনৰ বিটিআৰ উত্তপ্ত কৰাৰ হুংকাৰ প্ৰদান কৰিলে ৷

Joint press conference of  10 organizations in Bongaigaon
বঙাইগাঁৱত 10টাকৈ জাতীয় সংগঠনৰ যৌথ সংবাদমেল
author img

By

Published : Sep 29, 2020, 10:49 PM IST

বঙাইগাঁও,29 ছেপ্তেম্বৰঃমঙলবাৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাৱত অসমৰ 10টাকৈ জাতীয় সংগঠনে আয়োজন কৰে এখন যৌথ সংবাদ মেল মূলতঃ একপক্ষীয়ভাৱে বিটিআৰ গঠন আৰু ইয়াৰ ৰূপায়ণৰ বিৰোধিতাৰে সংবাদমেলত জাঙুৰ খাই উঠে সংগঠন সমূহ ৷

Joint press conference of  10 organizations in Bongaigaon
বঙাইগাঁৱত 10টাকৈ জাতীয় সংগঠনৰ যৌথ সংবাদমেল

বিটিআৰত কেৱল বড়ো সকল নাথাকে বুলি কৈ সংগঠনসমূহে সকলো জনগোষ্ঠীক বিশ্বাসত লৈ শান্তি স্থাপনৰ উদ্দেশ্যে আলোচনা নকৰিলে পুনৰ বিটিআৰ উত্তপ্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

তদুপৰি বিটিচিৰ উন্নয়নৰ স্বাৰ্থত অতি শীঘ্ৰেই নিৰ্ব্বাচন অনুষ্ঠিত কৰিবলৈও দাবী জনায় 10টাকৈ জাতীয় সংগঠনে ৷ সংবাদমেলত আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে 7 দিনৰ ভিতৰত চৰকাৰে বিটিআৰ আৰু ইয়াৰ ৰূপায়ণৰ পূৰ্বে অন্যান্য জাতি-জনগোষ্ঠীৰ লোকৰ সৈতে আলোচনা নকৰিলে ভয়াবহ আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃৰঙাপৰা আৰু শিৱসাগৰত নহয় উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.