ETV Bharat / state

ৰাষ্ট্ৰীয় পতাকাক টেবুল কাপোৰ সজাই তাৰ ওপৰত ভোজ খালে কোনে ! - অভয়াপুৰী আৰক্ষী চকী

ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত ভোজৰ আয়োজন কৰা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অভয়াপুৰীত ৷

ৰাষ্ট্ৰীয় পতাকাক টেবুল কাপোৰ সজাই তাৰ ওপৰত ভোজ খালে কোনে !

author img

By

Published : May 15, 2021, 9:25 PM IST

Updated : May 15, 2021, 10:21 PM IST

বঙাইগাঁও,15মে’: বঙাইগাঁৱৰ অভয়াপুৰীত ঈদৰ প্ৰীতিভোজ খোৱাৰ নামত ৰাষ্ট্ৰীয় পতাকাক চুড়ান্ত অপমান কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে । ঘটনা অনুসৰি ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত ভোজৰ আয়োজন কৰা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অভয়াপুৰীত ৷ ঘটনোটো পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে ফটোখনত থকা ৮ গৰাকী লোকৰ ভিতৰত ৬ গৰাকীক আটক কৰি অভয়াপুৰী আৰক্ষী চকীলৈ লৈ আনে ।

ৰাষ্ট্ৰীয় পতাকাক টেবুল কাপোৰ সজাই তাৰ ওপৰত ভোজ খালে কোনে !

উল্লেখ্য যে, পৱিত্ৰ ঈদৰ দিনত এনেধৰণৰ কৰা কাৰ্যক সকলোৱে একেমুখে গৰিহণা দিছে । ৰাষ্ট্ৰীয় বজৰং দল, সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ লগতে সচেতন ৰাইজে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ৷ সম্প্ৰতি আৰক্ষীয়ে আটক কৰা যুৱক-যুৱতী কেইজন হৈছো ৰফিকুল হুছেইন, ৰাছিদুল হক, মেহজাবিন, জাহিদুল ইছলাম, হাচান এম ৰহমান আৰুৰেজিনা পাৰবিন চুলতানা ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা

Last Updated : May 15, 2021, 10:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.