ETV Bharat / state

বঙাইগাঁৱত ৰে'ড এলাৰ্ট ঘোষণা - flood

বঙাইগাঁও জিলাৰ কাকৈজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেঁচাপানী গাঁৱৰ প্ৰায় ২৫০ টা পাৰিয়াল বৰ্তমানেও বানৰ কৱলত । বঙাইগাঁও জিলা প্ৰশাসনে মানিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত বানৰ বাবে ৰে'ড এলাৰ্ট জাৰী কৰিছে ।

assam flood news
assam flood news
author img

By

Published : Jul 21, 2020, 5:25 AM IST

চিৰাং, 20 জুলাই : ৰাজ্যৰ কোনো কোনো অঞ্চলত বান পৰিস্থিতি প্ৰশমিত হৈছে যদিও আনকেতবোৰ অঞ্চলত বৰ্তমানেও অব্যাহত আছে বলিয়া বানৰ বিভীষিকা ৷ বঙাইগাঁৱত আই নদীৰ ভয়াবহ বান পৰিস্থিতি । হাপাছাৰা গাৰোগাঁৱত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (বি)ৰ ওপৰেৰে বৈছে পানী। বঙাইগাঁও জিলা প্ৰশাসনে মানিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত বানৰ বাবে ৰে'ড এলাৰ্ট জাৰী কৰিছে ।

বঙাইগাঁৱত ৰে'ড এলাৰ্ট ঘোষণা

বঙাইগাঁও জিলাৰ কাকৈজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেঁচাপানী গাঁৱৰ প্ৰায় ২৫০ টা পাৰিয়াল বৰ্তমানেও বানৰ কৱলত । অ৷ঞ্চলটোত বৃদ্ধি পাই আছে পানী । ঘৰৰ ভিতৰত একাঁঠু পানী। খেতিপথাৰ পানীৰ তলত ডুব গৈ আছে । বানৰ বাবে বেমাৰী মানুহো ঘৰত আবদ্ধ হ'ব লগাত পৰিছে । এতিয়ালৈকে স্থানীয় বিধায়ক ,প্ৰশাসন, চৰকাৰী বিষয়া অঞ্চলটোত উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে । যাৰ বাবে বন্যাৰ্তৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : চিৰাঙত বানত জাহ গ'ল 27 টা পৰিয়ালৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.