ETV Bharat / state

Daily Horoscope For 8th January: আজিৰ দিনটোৰ ৰাশিফল - কুম্ভৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

DAILY HOROSCOPE FOR 8TH JANUARY 2023
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Jan 8, 2023, 5:05 AM IST

মেষৰাশি: আজিৰ দিনটো সহজভাৱে লওঁক । আপুনি আজি অত্যধিক সংবেদনশীল আৰু অত্যধিক আৱেগিক হৈ থাকিব পাৰে, সেয়ে সহজতে কাৰো কথাত বেয়া পাই যাব পাৰে । আনৰ মনোভাৱে আপোনাৰ গৰ্বক ক্ষুণ্ণ কৰিব পাৰে । আপোনাৰ মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব । পঢ়ুৱৈ আৰু পণ্ডিতসকলৰ বাবে দিনটো ভালে নাযাব । সম্পত্তি সম্বন্ধীয় কোনো পৰিকল্পনা হাতত নল’ব ৷ বান্ধৱী আৰু নদী-পুখুৰীৰ পৰা আজি দূৰত থাকক । হতাশা আৰু বিষণ্ণতাক এৰাই চলিব নোৱাৰিব ।

বৃষৰাশি: আপোনাৰ উৎসাহ আৰু উদ্যমে আপুনি নিজৰ সমস্যা আৰু দুশ্চিন্তাক দূৰ কৰি দিব । আজি আপুনি শক্তি আৰু উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব । অৱশ্যে আপুনি আজি অত্যধিক সংবেদনশীল আৰু অধিক আৱেগিক হৈ থাকিব । সৃজনশীলতাৰ তৰংগত সাঁতুৰি আপুনি আজি কোনো প্ৰৱন্ধ, ৰচনা বা কোনো এটা গল্পও হয়তো লিখিব পাৰে । কোনোবাই দুখত থাকিলে তেওঁক সান্ত্বনা হয়তো দিব আপুনি, ইয়াৰ প্ৰবল সম্ভাৱনা আছে । আজি আপুনি জুতি লগা আৰু ৰুচিকৰ খাদ্য ভোজন কৰিব । পৰিয়ালৰ লোকৰ সৈতে, বিশেষকৈ মাতৃৰ সৈতে কথা পাতিলে বহুত ভাল লাগিব । সুখৰ ভ্ৰমণৰ যোগ আছে । পৰিয়ালক কিছু সময় দিয়ক, তেওঁলোকৰ প্ৰতি মনোযোগী হওঁক । আৰ্থিক বিষয়তো মনোযোগ দিয়ক ।

মিথুনৰাশি: আজিৰ দিনটো ভাল-বেয়াৰক মাজেৰে পাৰ হ’ব । আপুনি এতিয়া যদি দুৰ্বলতা আৰু হতাশা অনুভৱ কৰে, তাৰ পিছ মুহূৰ্ততে সজীৱতা আৰু উদ্দীপনা অনুভৱো কৰিব । আজিৰ দিনটো পৰিকল্পনা অনুসৰি পাৰ হৈ যাব । আৰ্থিক পৰিকল্পনা আৰু কাৰ্যসূচী ৰৈ যাব পাৰে, কিন্তু সেয়া নিমজকৈ পিছলৈ আগবাঢ়ি যাব । বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে সময় কটাব পাৰে । ব্যৱসায়ী আৰু চাকৰিয়ালসকলে কাম কৰি ভাল পাব । অংশীদাৰ আৰু সহকৰ্মীসকলৰ পৰা সহায়তা আৰু সঁহাৰি পাব । ঘৰত সময় কটালে সুখ আৰু শান্তি পাব ।

ককৰ্ট ৰাশি: আজি আপুনি দিনটো হাঁহি-ফূৰ্তিৰে কটাব, আনন্দ আৰু সুযোগ-সুবিধা পাব । আজি গোটেই দিনটো আপুনি প্ৰাণৱন্ত আৰু উদ্দীপ্ত হৈ থাকিব । পৰিয়াল, বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে আনন্দদায়ক মেল হ’ব । উপহাৰ পোৱাৰ যোগ আছে । আনন্দপূৰ্ণ বনভোজনৰ সম্ভাৱনা আছে । আজি আপুনি কিছু সুসংবাদ, বিশেষকৈ পত্নীৰ পৰা সুসংবাদ পাব পাৰে । দাম্পত্য সুখ থাকিব । আপুনি বিশেষকৈ যত্নশীল আৰু সংবেদনশীল হৈ থাকিব ।

সিংহৰাশি: আজি আপুনি অত্যধিক সংবেদনশীল হৈ থাকিব আৰু আপোনাৰ বিৰক্তি লাগি থাকিব । স্বাস্থ্যৰ কাৰণে আপুনি চিন্তাত থাকিব, এয়া আপোনাক স্বাচ্ছন্দ্যত থাকিবলৈ নিদিব । মানসিক চাপ আৰু উদ্বেগে আপোনাক অসুস্থ কৰি দিব । আনৰ হৈ ওকালতি নকৰিব বা আনৰ হৈ কোনো কথা নক’ব । মামলা-মোকৰ্দমাৰ ক্ষেত্ৰত সতৰ্ক থাকক । বৈদেশিক যোগাযোগৰ সম্ভাৱনা আছে । দিনটো উচ্ছৃংখলভাৱে কটাই নিদিব । মহিলাসকলৰ পৰা দূৰত থাকক । অধিক ব্যয়ক এৰাই চলিব নোৱাৰিব । মনত কোনো বেয়া ভাৱ নাৰাখিব আৰু ভুল বুজাবুজিৰ চিকাৰ নহ’ব ।

কন্যাৰাশি: আজি আপুনি লাভবান হ’ব । সকলো দিশত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব । বান্ধৱীসকলে আপোনাৰ প্ৰতি উদাৰতা আৰু মহানুভৱতা প্ৰকাশ কৰিব । ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনা আছে । নদী বা সাগৰৰ পাৰত গৈ আনন্দ-ফূৰ্তি কৰিব হয়তো । সন্তানৰ ফালৰ পৰা মন ভাল কৰি দিব পৰা খবৰ পাব । দাম্পত্য সুখ লাভ কৰিব । অফিচৰ কামত বাহিৰত যাবলগীয়া হ’ব পাৰে । পৰিয়ালৰ সৈতে সময় কটাই ইজনে সিজনৰ সৈতে ভাৱনাৰ আদান প্ৰদান কৰিব, ইজনে সিজনৰ অৱস্থা আৰু পৰিস্থিতিক লৈ চিন্তা কৰিব ।

তুলাৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । ঘৰত আৰু কৰ্মক্ষেত্ৰতো আপুনি প্ৰাণৱন্ত আৰু উদ্দীপ্ত অনুভৱ কৰিব । পদোন্নতিৰ প্ৰবল সম্ভাৱনা আছে । সাংসাৰিক পৰিৱেশ উজ্জ্বল আৰু আনন্দময় হৈ থাকিব । ঊৰ্ধ্বতনসকলৰ পৰা প্ৰশংসা আৰু স্বীকৃতি পাব, সহকৰ্মীসকলৰ পৰা সহযোগিতা পাবই পাব । নতুন কাম হাতত ল’লে সফল হ’বই হ’ব । মাতৃৰ পৰা উপহাৰ পাব পাৰে বা তেওঁৰ দ্বাৰা লাভবান হ’ব পাৰে । পৰম দাম্পত্য সুখ লাভ কৰিব ।

বৃশ্চিকৰাশি: আজি গোটেই দিনটো আপুনি এলেহুৱা আৰু অস্থিৰ অনুভৱ কৰিব । ব্যৱসায় বা কৰ্মক্ষেত্ৰত ব্যৰ্থতাৰ ফলত উদ্বিগ্ন আৰু দুশ্চিন্তাগ্ৰস্ত হৈ পৰিব । সন্তানৰ আচৰণত অসন্তুট হ’ব ৷ সিহঁতৰ স্বাস্থ্যক লৈয়ো চিন্তা হ’ব । শত্ৰু আৰু প্ৰতিপক্ষৰ সন্মুখীন হোৱাৰ বাবে দিনটো ভাল নহয় । অধিক ব্যয়ৰ বাবে সাজু হৈ থাকক । ঊৰ্ধ্বতনসকলৰ মনোভাৱ আপোনাৰ প্ৰতি বৰ উত্সাহব্যঞ্জক আৰু সহায়ক নহয় । আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব । কৰ্মক্ষেত্ৰত কিছু বিষয় জটিল হৈ যাব পাৰে ।

ধনুৰাশি: অভাৱনীয় সমস্যা আৰু ঘটনাৰ আশংকা আছে আজিৰ দিনটোত । আজি কাম কৰিবলৈ সাজু থাকক । আজি দিনটো যিবোৰ সমস্যাৰ উদ্ভৱ হ’ব, সেইবোৰৰ সমাধানৰ চেষ্টা নকৰিব । অত্যধিক সংবেদনশীলতাৰ ফলত মানসিক হতাশাৰ সৃষ্টি হ’ব পাৰে । পত্নীৰ সৈতে কৌশল অৱলম্বন কৰি চলক । বিনম্ৰ আৰু শিষ্টাচাৰী হওঁক । যি কোনো প্ৰৰোচনাৰ মাজতো মূৰ গৰম নকৰিব । অবৈধ আৰু বেআইনী কাম-কাজৰ পৰা দূৰত থাকক । পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক । স্বাস্থ্যৰ যত্ন লওঁক ।

মকৰৰাশি: আপুনি বিভিন্ন ধৰণৰ পণ্যৰ ফ্ৰেঞ্চাইজী আৰু ডীলাৰশ্বিপ পাব পাৰে । ব্যৱসায়ত উন্নতি হ’ব । কমিছন, লেনদেন, ঋণৰ সূত আৰু বিনিয়োগৰ যোগেদি আপোনাৰ ধনৰ ভঁৰাল ভৰি উঠিব । আপোনাৰ আজি অকস্মাত্ সৌভাগ্য লাভ হ’ব পাৰে । সন্তানৰ পঢ়া শুনাই উদ্বেগ বঢ়াব । নতুন কাম হাতত ল’লে সফলতা আহিব । আজি আপোনাৰ মন বিভ্ৰান্ত আৰু অস্থিৰ হৈ থাকিব । বিদেশী প্ৰথা আৰু সংস্কৃতিৰ সোৱাদ উপভোগ কৰিব পাৰে । স্বাস্থ্য সম্পূৰ্ণ ভালে থাকিব । বাহন ক্ৰয় কৰিব পাৰে । সন্মান আৰু জনপ্ৰিয়তাও বৃদ্ধি পাব । নতুন পোছাক ক্ৰয় কৰাৰ প্ৰবল সম্ভাৱনা আছে । সৰুসুৰাকৈ আনন্দদায়ক ভ্ৰমণত যাব পাৰে ।

কুম্ভৰাশি: আজি আপোনাৰ সকলো প্ৰয়াস সফল হ’ব । আপুনি নিজৰ শৈলী আৰু কৰ্মক্ষমতাৰ বাবে সকলৰ চকুত পৰিব আৰু প্ৰশংসা পাব । পৰিয়ালৰ সৈতে সময় কটালে আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব । আজি গোটেই দিনটো আপুনি উদ্যমী হৈ থাকিব । আপোনাৰ মন অৱশ্যে চিন্তাশীল হৈ উঠিব পাৰে । সহকৰ্মী আৰু সতীৰ্থৰ পৰা উষ্মতা আৰু সহাঁৰি লাভ কৰি আজি আপোনাৰ দিনটো অধিক আনন্দদায়ক হৈ উঠিব । কামৰ কাৰণে ব্যয় হোৱাৰ প্ৰবল সম্ভাৱনা আছে ।

মীনৰাশি: আপুনি আজি নিজৰ চিন্তাত নিমগ্ন থাকি আনন্দ পাব । আজি আপুনি সঠিকভাৱে মনৰ ভাৱক সাহিত্যৰ ৰূপ দিব পাৰিব, নিজৰ মনৰ কথাও প্ৰকাশ কৰিব পাৰিব । পঢ়ুৱৈ আৰু পণ্ডিতসকলে অধ্যয়নত উন্নতি কৰিব । প্ৰেমীসকলে পৰস্পৰৰ ঘনিষ্ঠ হ’ব । নদী-পুখুৰী আদিৰ পৰা দূৰত থাকক । ধীৰ-স্থিৰ আৰু আত্মবিশ্বাসী হৈ থাকক । বাস্তৱতাৰ সংস্পৰ্শ-চ্যূত নহ’ব । নিজৰ ভাৰসাম্য বৰ্তাই ৰাখক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.