ETV Bharat / state

ক’ভিড-19 : বঙাইগাঁও জিলাত গণ সংক্ৰমণ

বঙাইগাঁও জিলাত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ক’ভিড-19 ৰ গণ সংক্ৰমণৰ ঘটনা ৷ আৰক্ষী অধিক্ষকৰ দেহৰক্ষী ক’ভিড পজিটিভ ।

ক’ভিড-19 : বঙাইগাঁও জিলাত গণ সংক্ৰমণ
ক’ভিড-19 : বঙাইগাঁও জিলাত গণ সংক্ৰমণ
author img

By

Published : Jul 25, 2020, 4:40 AM IST

বঙাইগাঁও, 25 জুলাই : বঙাইগাঁও জিলাত কৰ’ণাৰ ভয়াৱহ ৰূপ । শেহতীয়াকৈ বঙাইগাঁও জিলাৰ পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ আনহাতে জিলা উপায়ুক্তৰ গাড়ী চালকৰ দেহতো ধৰা পৰে ক’ভিডৰ উপস্থিতি ।

ক’ভিড-19 : বঙাইগাঁও জিলাত গণ সংক্ৰমণ

অভয়াপুৰী চহৰৰ নিৰাপত্তাৰ দায়িত্বত থকা 5 জনকৈ CISF জোৱানৰ লগতে জিলাখনৰ অভয়াপুৰী আৰক্ষী থানাৰ এজন সহ উপ পৰিদৰ্শকও ক’ভিড পজিটিভ বুলি ধৰা পৰে । ইয়াক লৈ সমগ্ৰ বঙাইগাঁও তথা অভয়াপুৰীত এতিয়া আতংকময় পৰিৱেশ । বঙাইগাঁও জিলাত এতিয়ালৈকে 374 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে 209 গৰাকীকৈ লোক আৰোগ্য হ’বলৈ সক্ষম হৈছে ৷ বৰ্তমানো জিলাখনত 156 গৰাকী লোক চিকিৎসাধীন হৈ আছে ।

লগতে চাওক-ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ : নিলম্বন দেহৰক্ষী মুকুট বনিয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.