ETV Bharat / state

বাইকৰ মাজত মুখামুখি সংঘৰ্ষঃ তিনিজন আহত

author img

By

Published : Apr 20, 2019, 2:31 PM IST

পশ্চিম বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ঘাসবাৰীত সংঘটিত পথ দুৰ্ঘটনাত তিনিজন লোক আহত হয় ৷

বাইকৰ মাজত মুখামুখি সংঘৰ্ষঃ তিনিজন আহত

পশ্চিম বিলাসীপাৰা, 20 এপ্ৰিলঃ পশ্চিম বিলাসীপাৰাৰ ঘাসবাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত তিনিগৰাকীকৈ লোক আহত হয় ৷ ঘটনা অনুসৰি, AS 16 E 2564 আৰু AS 17 J 0195 নম্বৰৰ দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই লোক তিনিজন আহত হয় ৷

বাইকৰ মাজত মুখামুখি সংঘৰ্ষঃ তিনিজন আহত

আহত সকলক কাছকাটা গাঁৱৰ হাফিজুল আলী আৰু তেঁওৰ মাতৃ হাৱা বিবি লগতে আনজন আজিদুৰ হক বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজৰ সহযোগত নয়াহাট আৰক্ষীয়ে তিনিওকে বিলাসীপাৰা চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে |

Intro:A. I - পশ্চিম বিলাসীপাৰাৰ নয়াহাট অাৰক্ষী চকীৰ অন্তৰ্গত ঘাসবাৰীত শনিবাৰে দিনৰ দহ টা মান বজাত দুখন বাইকৰ মুখামুখী সংঘৰ্ষ হয় | ফলত মাতৃ পুত্ৰ সহ তিনি জনকৈ লোক গুৰুতৰভাৱে আহত হয় |Body:পিছত তিনিওকে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰি বিলাসীপাৰা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে | পৰবৰ্তী সময়ত তিনিও জনকে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে |Conclusion:ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে | আহত বাইক আৰোহী সকল ক্ৰমে কাছকাটা গাঁৱৰ হাফিজুল আলী আৰু তেওঁৰ মাতৃ হাৱা বিবি | দুয়ো এখন বাইকে ঘাসবাৰীৰ পৰা নয়াহাট অভিমুখে আহি আছিল | আন জন আহত ঘাসবাৰী গাঁৱৰ আজিদুৰ হক বুলি জানিব পৰা গৈছে |
দুৰ্ঘটনাগ্ৰস্থ বাইক দুখনৰ নম্বৰ AS 16 E - 2564 আৰু AS 17 J -0195•
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.