ETV Bharat / state

মাণিকপুৰত জব্দ কয়লাভৰ্তি ট্ৰাক

author img

By

Published : May 25, 2021, 10:16 PM IST

সোমবাৰে নিশা বঙাইগাঁৱৰ মানিকপুৰত আৰক্ষীয়ে অভিযান চলাই এখন কয়লা ভৰ্তি ট্ৰাকখন জব্দ কৰে ৷ গুৱাহাটীৰ পৰা পশ্চিম বংগ অভিমুখে গৈ থকা NL-01-AC-8246 নম্বৰৰ ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে ৷

coal loaded truck seized in manikpur
মাণিকপুৰত জব্দ কয়লাভৰ্তি ট্ৰাক

বঙাইগাঁও, 25 মে': বঙাইগাঁৱত অব্যাহত আছে কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অভিযান ৷ দৈনিক জিলাখনৰ মাজেৰে কয়লা সৰবৰাহ হৈ থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা মানিকপুৰত এখন কয়লা ভৰ্তি ট্ৰাকখন জব্দ কৰে ৷

গুৱাহাটীৰ পৰা পশ্চিম বংগ অভিমুখে গৈ থকা NL-01-AC-8246 নম্বৰৰ ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি ট্ৰাকখনৰ চালকে কোনো মন্তব্য কৰা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ক'ভিড পৰিস্থিতিৰ সুযোগ লৈ ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰ‍াহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.