ETV Bharat / state

সাংবাদিকৰ নিৰাপত্তাৰ দাবীত বঙাইগাঁও প্ৰেছ ক্লাৱৰ প্ৰতিবাদ

author img

By

Published : Nov 18, 2020, 3:06 PM IST

বঙাইগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত বঙাইগাঁৱৰ সাংবাদিক সকলে বুধবাৰে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্য‍্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য‍সূচী ৰূপায়ণ কৰে। প্ৰতিবাদস্থলীৰ পৰা চৰকাৰে সাংবাদিক সকলৰ নিৰাপত্তা দিয়াত ব‍্যাৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰেই সাংবাদিক আৰু সংবাদ মাধ‍্যমৰ সৈতে জড়িত লোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায় সাংবাদিকসকলে ।

Bongaigaon reporters two hour demonstration
সাংবাদিকৰ নিৰাপত্তাৰ দাবীত বঙাইগাঁও প্ৰেচ ক্লাৱৰ প্ৰতিবাদ

বঙাইগাঁও,18 নৱেম্বৰঃ গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত বঙাইগাঁৱৰ সাংবাদিক সকলে বুধবাৰে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্য‍্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্য‍সূচী ৰূপায়ণ কৰে । শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ পৰিকল্পিত হত‍্যাকাণ্ড আৰু কামৰূপ জিলাৰ সাংবাদিক মিলন মহন্তক জুৱাৰ মাফিয়াই কৰা আক্ৰমণৰ প্ৰতিবাদত এই দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সাংবাদিক সকলে ।

সাংবাদিকৰ নিৰাপত্তাৰ দাবীত বঙাইগাঁও প্ৰেছ ক্লাৱৰ প্ৰতিবাদ

সাংবাদিক সকলৰ দুন্টীয়া এই প্ৰতিবাদী কাৰ্য‍সূচীত বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ লগতে সাধাৰণ লোকে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদস্থলীৰ পৰা চৰকাৰে সাংবাদিক সকলৰ নিৰাপত্তা দিয়াত ব‍্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰেই সাংবাদিক আৰু সংবাদ মাধ‍্যমৰ সৈতে জড়িত লোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায় সাংবাদিক সকলে।

লগতে পঢ়কঃ'মধ্যম' আৰু 'বেয়া' শ্ৰেণীত আছে দিল্লীৰ বায়ুৰ গুণগত মানৰ সূচাংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.