ETV Bharat / state

বঙাইগাঁৱত নতুন ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ ছেল্ফি জ'ন - ছেল্ফি জ'ন

বঙাইগাঁও জিলাৰ নৱ প্ৰজন্মৰ ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ জিলা নিৰ্বাচন বিভাগে "সংকল্প" নামৰ নতুন মোবাইল এপৰ ব্যৱস্থা কৰাৰ ওপৰি ভোট কেন্দ্ৰত ছেল্ফি জ'নৰ ব্যৱস্থা কৰিছে ।

বঙাইগাঁৱত নতুন ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ ছেল্ফি জ'ন
author img

By

Published : Apr 23, 2019, 3:48 PM IST

বঙাইগাঁও,23এপ্ৰিল: বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও বিধান সভা সমষ্টিত তিনিটা মডেল ভোটকেন্দ্ৰৰ ওপৰি ৮ টা মহিলা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । বঙাইগাঁও জিলা উপায়ুক্ত আদিল খানে ভোটকেন্দ্ৰসমূহ ভ্ৰমণ কৰি সকলো দিশ পৰ্যবেক্ষণ কৰে ৷ এই সকলো সামৰি ই টিভি ভাৰতৰ সাংবাদিক আব্দুল মালেক আহমেদৰ এক প্ৰতিবেদন-

বঙাইগাঁৱত নতুন ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ ছেল্ফি জ'ন
Intro:বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও বিধান সভা সমষ্টিত তিনিটা মডেল ভোটকেন্দ্ৰৰ ওপৰি ৮টা মহিলা ভোটগ্ৰহন কেন্দ্ৰৰ ব‍্যৱস্থা কৰিছে । এয়া বঙাইগাঁও নতুন পাৰাৰ মডেল ভোটগ্ৰহন কেন্দ্ৰ । বঙাইগাঁও জিলা উপায়ুক্ত আদিল খানে ভোটকেন্দ্ৰ ভ্ৰমন কৰি জনালে বিতং তথ‍্য ।

বাইট : আদিল খান, জিলা উপায়ুক্ত বঙাইগাঁও জিলা।

বঙাইগাঁও জিলাৰ নৱ প্ৰজন্মৰ ভোটাৰ সকলক আকৰ্ষিত কৰিবলৈ জিলা নিৰ্বাচন বিভাগে "সংকল্প" নামৰ নতুন মোবাইল এপৰ ব‍্যৱস্থা কৰাৰ ওপৰি ভোট কেন্দ্ৰত ছেল্ফি জোনৰ ব‍্যৱস্থা কৰিছে ।

নতুন ভোটাৰৰ সৈতে ডি এল দিলো ।।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।


Body:বাইট : আদিল খান, জিলা উপায়ুক্ত বঙাইগাঁও জিলা।
নতুন ভোটাৰৰ সৈতে ডি এল দিলো ।।


Conclusion:বঙাইগাঁও জিলাৰ নৱ প্ৰজন্মৰ ভোটাৰ সকলক আকৰ্ষিত কৰিবলৈ জিলা নিৰ্বাচন বিভাগে "সংকল্প" নামৰ নতুন মোবাইল এপৰ ব‍্যৱস্থা কৰাৰ ওপৰি ভোট কেন্দ্ৰত ছেল্ফি জোনৰ ব‍্যৱস্থা কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.