ETV Bharat / state

বানৰ কৱলত বঙাইগাঁৱৰ বিস্তীৰ্ণ অঞ্চল - অভয়াপুৰি

ভয়ংকৰ বানত ডুব গৈছে বঙাইগাঁৱৰ বিস্তীৰ্ণ অঞ্চল । খাদ্য,আশ্ৰয়ৰ সংকটত পৰা বানাক্ৰান্তই আশ্ৰয় লৈছে ৰে’লৰ দাঁতিত ৷

বানৰ কৱলত বঙাইগাঁৱৰ বিস্তিৰ্ণ অঞ্চল
author img

By

Published : Jul 19, 2019, 10:34 AM IST

বঙাইগাঁও,১৯জুলাই : ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাতো বানে চলাইছে তাণ্ডৱ । জিলাখনৰ বিস্তীৰ্ণ অঞ্চলৰ ঘৰ-দুৱাৰ ডুব গৈছে পানীত । যোগীঘোপাতো সৃষ্টি হৈছে ভয়ংকৰ বান । এই বানৰ বাবে বানাক্ৰান্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । বানাক্ৰান্তই পোৱা নাই কোনো চৰকাৰী সাহায্য ।

বানৰ কৱলত বঙাইগাঁৱৰ বিস্তীৰ্ণ অঞ্চল

বঙাইগাঁওৰ অভয়াপুৰীতো ভয়াৱহ বানত ডুব গৈছে অঞ্চলটোৰ সকলো ঘৰ-দুৱাৰ । এই বানৰ বাবে অভয়াপুৰীৰ সমীপৱৰ্তী খোৰাগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ খোৰাগাঁও, কেৰখাবাৰী প্ৰথম আৰু দ্বিতীয় খণ্ডৰ প্ৰায় শতাধিক বানাক্ৰান্তই দুৰ্ভোগ ভুগিব লগীয়া হৈছে । বাঢ়নী পানীত গাঁও কেইখনৰ ঘৰ-বাৰী জলমগ্ন হোৱাৰ বাবে শতাধিক লোকে কেৰখাবাৰী ৰে’লপথৰ দাঁতিতে বিপদ সংকুলভাৱে শিৱিৰ পাতি পশুধনৰ সৈতে সহাৱস্থান কৰিবলৈ বাধ্য হৈ পৰিছে । ৰে’লপথৰ দাতিত আশ্ৰয় লৈ থকা বানপীড়িত সকলৰ খবৰ লবলৈ এতিয়ালৈকে মহকুমা প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই ।

Intro: বঙাইগাঁও জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত যদিও কমাৰ দিশত বানপানী । বিস্তিৰ্ণ অঞ্চলৰ ঘৰ-দুৱাৰ এতিয়াও পানীৰ তলত । Body:এয়া বঙাইগাঁও জিলাৰ যোগিৰঘোপা অঞ্চলৰ বানপানী । ঘৰে ঘৰে পানী,বহু ঘৰ পানীৰ তলত । যোগিৰ্ঘোপাৰ ঔডুবি গাঁও পঞ্চায়তৰ অন্তৰ্গত খেলুৱাপাৰা অঞ্চল এয়া । চৰকাৰৰ অৱহেলাৰ ফলত কোনো ধৰনৰ বানপিড়িতৰ পতা নাই, মানুহ আৰু পশু সহাৱস্থান কৰি থকা পৰিলক্ষিত হৈছে । কলৰ ভূৰ বনাই গাঁই গৰু সমুহ ৰাখিছে ।

ডিফাৰ লাইভ ।Conclusion:জিলা প্ৰশাসনৰ গুৰুত্বহিনতাই অধিক কষ্ট কৰিবলগীয়া হৈছে বন্যাৰ্ত । এই দাবী বন্যাৰ্তৰ । ঘৰে ঘৰে পানী, কিন্ত খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্ত । খোৱা বস্থৰ বাবে হাহাকাৰ হৈছে, পশুখাদ্যৰ কোনো ব্যৱস্থা নাই ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.