ETV Bharat / state

আই নদীত উদ্ধাৰ মহিলাৰ মৃতদেহ - বঙাইগাঁৱৰ বানত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

বঙাইগাওঁ জিলাৰ সিদলসতি দৰকিনামাৰিৰ আই নদীত উদ্ধাৰ এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ

আই নদীত উদ্ধাৰ মহিলাৰ মৃতদেহ
author img

By

Published : Jul 16, 2019, 12:20 PM IST

চিৰাং, 16 জুলাইঃ

মৃতদেহটো বানত উটি অহাৰ সন্দেহ একাংশ ৰাইজৰ

ঘটনাস্থলীত উপস্থিত আৰক্ষী

জনজাতীয় সাজত আছে মহিলা গৰাকীৰ মৃতদেহ

এতিয়ালৈ চিনাক্ত হোৱা নাই মৃতদেহ

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে



চিৰাং, 16 জুলাইঃ

মৃতদেহটো বানত উটি অহাৰ সন্দেহ একাংশ ৰাইজৰ

ঘটনাস্থলীত উপস্থিত আৰক্ষী

জনজাতীয় সাজত আছে মহিলা গৰাকীৰ মৃতদেহ

এতিয়ালৈ চিনাক্ত হোৱা নাই মৃতদেহ

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে



Intro:বঙাইগাওঁ জিলাৰ সিদলসতি দৰকিনামাৰিৰ আই নদীত এজনী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো বানপানীৰ ফলত ভাহি অহাৰ সন্দেহ প্ৰকাশ একাংশ ৰাইজৰ। ঘটনা স্থলিত উপস্থিত আৰক্ষী। Body:দেখাত জনজাতিয় সাজত থকা মহিলা জনীৰ মৃতদেহ বানপানীত উটি অহাৰ সন্দেহ স্থানীয় লোকৰ । Conclusion:বঙাইগাঁও জিলাত বানপানীত এয়াই উদ্ধাৰ হোৱা প্ৰথমটো মৃতদেহ । এতিয়ালৈ চিনাক্ত হোৱা নাই মৃতদেহ । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তোৰ পৰিক্ষাৰ ব্যৱস্থা কৰিছে ।



চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।



For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.