বঙাইগাঁও,27 ডিচেম্বৰ: দেওবাৰে বঙাইগাঁৱত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঁঞা ৷ অসম গণ পৰিষদৰ দুৰ্গ খ্যাত বঙাইগাঁওত বিজেপিৰ জিলা কাৰ্য্যালয়ত মহিলাসকলৰ এক সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে ৷ এই সভাতেই অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি অপৰাজিতা ভূঁঞাই বঙাইগাঁৱত প্ৰয়োজন হ’লে ফণীভূষণ চৌধুৰীৰ বিকল্প চিন্তা কৰা হ’ব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক-অৰুণাচলৰ বিধায়কৰ পদত্যাগ জেডিইউৰ বাবে ক্ষতিকাৰকঃ আৰজেডি প্ৰবক্তা