ETV Bharat / state

বঙাইগাঁৱত কোচ ৰাজবংশী মহাসভাৰ সংবাদমেল

author img

By

Published : Dec 14, 2020, 10:39 PM IST

বিটিচিত বিজেপি আৰু ইউপিপিএল দলৰ নেতৃত্বত চৰকাৰ গঠন হ’লে কোচ ৰাজবংশী সকলৰ বিভিন্ন সমস্যা সমাধানৰ কৰিবলৈ দুই দলৰ নেতৃত্বৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লিখিত ভাবে অৱগত কৰিছিল কোচ ৰাজবংশী মহাসভাই ৷ যাৰ পাছতে দুই দলৰ নেতৃত্বই কোচ ৰাজবংশী সকলৰ সমস্যা সমাধানৰো আশ্বাস দিছিল ৷

bongaigaon-biswajit-ray-press-meet
বঙাইগাঁৱত কোচ ৰাজবংশী মহাসভাৰ সংবাদমেল

বঙাইগাঁও, 14 ডিচেম্বৰ : বঙাইগাঁৱত কোচ ৰাজবংশী মহাসভাই সোমবাৰে আয়োজন কৰে এক সংবাদমেল ৷ বিটিচিত বিজেপি আৰু ইউপিপিএল দলৰ নেতৃত্বত চৰকাৰ গঠন হ’লে কোচ ৰাজবংশী সকলৰ বিভিন্ন সমস্যা সমাধানৰ কৰিবলৈ দুই দলৰ নেতৃত্বৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লিখিত ভাবে অৱগত কৰিছিল কোচ ৰাজবংশী মহাসভাই ৷ যাৰ পাছতে দুই দলৰ নেতৃত্বই কোচ ৰাজবংশী সকলৰ সমস্যা সমাধানো আশ্বাস দিছিল ৷ ইয়াৰ ফলত কোচ ৰাজবংশী জাতীয় মহাসভাই বিজেপি আৰু ইউপিপিএল দলৰ প্ৰাৰ্থীক মুকলি সমৰ্থন জনায় ৷

বঙাইগাঁৱত কোচ ৰাজবংশী মহাসভাৰ সংবাদমেল

এতিয়া যিহেতুকে বিজেপি, ইউপিপিএলৰ নেতৃত্বত বিটিচি পৰিষদ গঠন হ’ব সেয়ে কোচ ৰাজবংশী জাতীয় মহাসভাৰ বিভিন্ন দাবী সমূহ কাৰ্যকৰীকৰণ কৰিবলৈ আহ্বান জনায় কোচ ৰাজবংশী জাতীয় মহাসভাই ৷ লগতে তাৎক্ষণিকভাৱে এজন কোচ ৰাজবংশী জনগোষ্ঠীৰ ব্যক্তিক কাৰ্যনিৰ্বাহক সদস্য পদ দিবলৈ আহ্বান জনায় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ।

লগতে পঢ়ক: ক্ষমতাৰ ৰাগীত বলিয়ান গুপকাৰ দলে ৰাইজক ব্যতিব্যস্ত কৰিছে : স্মৃতি ইৰানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.