ETV Bharat / state

বঙাইগাঁৱৰ বৰপাৰা খেলপথাৰত মেজি জ্বলালে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে - পিঠা, লাৰু, চিৰা-দৈৰ জুতি

বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত উখল-মাখল পৰিৱেশ । সমূহীয়াকৈ উদযাপন কৰা হৈছে মাঘ বিহু । মেজি জ্বলাই বিহুৰ পৰম্পৰা ৰখা কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । পিঠা, লাৰু, চিৰা-দৈৰ জুতি ল'লে মন্ত্ৰীগৰাকীয়ে ।

বঙাইগাঁৱৰ বৰপাৰা খেলপথাৰত মেজি জ্বলালে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

author img

By

Published : Jan 14, 2021, 5:02 PM IST

বঙাইগাঁও, ১৪ জানুৱাৰী: ৰাজ্য়জুৰি পালন কৰা হৈছে ভোগালী বিহু । বুধবাৰে উৰুকাৰ নিশা আনন্দৰে পাৰ কৰাৰ পিছত আজি পুৱাই মেজি জ্বলোৱা পৰ্ব সম্পন্ন কৰা হয় ।

বঙাইগাঁৱৰ বৰপাৰা খেলপথাৰত মেজি জ্বলালে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে
বঙাইগাঁৱৰ বৰপাৰা খেলপথাৰত মেজি জ্বলালে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰতো আজি মেজি জ্বলোৱা হয় । মেজি জ্বলাই বিহুৰ পৰম্পৰা ৰখা কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ।

লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত হৈ বৃহত্তৰ অসমীয়া জাতিৰ ভেঁটি শক্তিশালী কৰিবলৈ আহ্বান জনায় আৰু সকলোলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ।

বঙাইগাঁওবাসী ৰাইজে আয়োজন কৰা বিহুৰ অনুষ্ঠানত জনগোষ্ঠীয় লোকসকলক লগত লৈ পিঠা, লাৰু আৰু চিৰা-দৈৰো জুতি লয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:নিৰ্বাচনী প্ৰচাৰ সভাত ক'লা পতাকা প্ৰদৰ্শনৰ হুংকাৰ আমছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.