ETV Bharat / state

বঙাইগাঁৱত সেউজ দীপাৱলী পালনৰ আহ্বান বেচৰকাৰী সংস্থাৰ

author img

By

Published : Oct 27, 2019, 1:34 PM IST

বঙাইগাঁৱত প্ৰদূষণ মুক্ত দীপাৱলী উদযাপনৰ আহ্বান সেউজ মানিকপুৰ নামৰ প্ৰকৃতিপ্ৰেমী বেচৰকাৰী সংস্থাৰ । বঙাইগাঁও সদৰত বন্তি বিতৰণ সংস্থাটোৰ ।

সেউজ দীপাৱলী পালনৰ আহ্বান বেচৰকাৰী সংস্থাৰ

বঙাইগাঁও,27অক্টোবৰঃ দীপাৱলীৰ প্ৰাকক্ষণত সেউজ দীপাৱলী পালনৰ আহ্বানেৰে প্ৰদূষণ মুক্ত দিপাৱলী উদযাপনৰ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমী বেচৰকাৰী সংস্থা সেউজ মানিকপুৰে । সংস্থাটোৰ সদস্য মহিধৰ ৰায়ে নিজৰ সংস্থাৰ লোক সকলক লৈ সন্ধিয়া বঙাইগাঁও সদৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ প্ৰদূষণ মুক্ত দীপাৱলী উদযাপনৰ বাবে আহ্বান জনাই এগছিকৈ বন্তি বিতৰণ কৰে । লগতে শব্দ প্ৰদূৰ্ষণকাৰী আতচবাজী আৰু পৰিবেশ প্ৰদূৰ্ষণকাৰী সা-সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈও প্ৰকৃতি প্ৰেমী দলটোৱে অনুৰোধ জনায় ৷

Intro:বঙাইগাঁওত প্ৰদূষন মুক্ত দেৱালি উদযাপনৰ আবেদন সেউজ মানিকপুৰ নামৰ প্ৰকৃতিপ্ৰেমি বেচৰকাৰী সংস্থাৰ । বঙাইগাঁও সদৰত চাকি বিতৰন ।

Body:সেউজ দীপাৱলী পালনৰ আহ্বানৰে বঙাইগাঁৱত ওলাই আহিল এজাক প্ৰকৃতি প্ৰেমী যুৱক-যুৱতী ৷ দীপাৱলীৰ প্ৰাকক্ষণত প্ৰতিগৰাকী পথচাৰী আৰু ব্যৱসায়ীক এগছি মাটিৰ চাকি উপহাৰ হিচাপে আগবঢ়াই ৰাইজলৈ সেউজ দীপাৱলী পালনৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হয় ৷ শনিবাৰে সন্ধিয়া প্ৰকৃতি প্ৰেমী দলে শব্দ প্ৰদূৰ্ষণকাৰী আটচবাজী আৰু পৰিবেশ প্ৰদূৰ্ষণকাৰী সা সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈও প্ৰকৃতি প্ৰেমী দলটোৱে অনুৰোধ জনায় ৷ প্ৰকৃতি প্ৰেমীসকলে এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ জৰিয়তে ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে ৷ দীপাৱলীৰ প্ৰাকক্ষণত এই পদক্ষেপ ৰাইজে প্ৰশংসা কৰিছে ৷

বাইট : মহিধৰ ৰায় ।

Conclusion:প্ৰদুষন মুক্ত দেৱালি উদযাপনৰ আহ্বান জনাইছে পছৰকৃতিপ্ৰেমী বেচৰকাৰী সংস্থা সেউজ মানিক পুৰে । সংস্থাৰ সদস্য মহিধৰ ৰায়ে নিজৰ সংস্থাৰ লোক সকলক লৈ সন্ধীয়া বঙাইগাঁও সদৰৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ ওচৰত গৈ প্ৰদুষন মুক্ত দেৱালি উদযাপনৰ বাবে আহ্বান জনাই এগছি চাকি বিতৰন কৰে । সকলোৱে এই আহ্বান অনুকৰন কৰক তাৰেই কামনা কৰিছে সকলোৱে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.