ETV Bharat / state

কোঁচ ৰাজবংশীসকলৰ শীঘ্ৰে জনজাতিকৰণ দাবী আক্ৰাছুৰ - Etv Bharat

কোঁচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক কমতপুৰ ৰাজ্য গঠনৰ কাৰণে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ দাবী আক্ৰাছুৰ ।

কোঁচ ৰাজবংশীসকলৰ শীঘ্ৰে জনজাতিকৰণ দাবী আক্ৰাছুৰ
author img

By

Published : Jun 22, 2019, 8:20 AM IST

বঙাইগাঁও, 22 জুন : কোঁচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ নামত চৰকাৰে বাৰম্বাৰ বঞ্চনা কৰা অভিযোগ সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ৷ শুকুৰবাৰে বঙাইগাঁৱত এক সংবাদমেলৰ আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে আক্ৰাছুৰ নেতৃবৃন্দই ৷ সংগঠনটোৰ নেতৃবৃন্দই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে কোঁচ ৰাজবংশীসকলক জনজাতিকৰণৰ বিলখন বিগত সময়ত কেইবাবাৰো লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰাৰ পাছতো বৰ্তমানলৈ বিলখন পাছ নোহোৱাতো অতি তাপৰ্যপূৰ্ণ ৷ চৰকাৰে শীঘ্ৰেই জনজাতিটোৰ জনজাতিকৰণ নকৰিলে আগন্তুক সময়ত ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আক্ৰাছুৱে ৷ সংবাদমেলত আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন, সভাপতি অৰুণ ৰয় লগতে মহিলা সমিতিৰ নেতৃত্ব উপস্থিত থাকে ।

Intro:বঙাইগাঁও স্থিত আক্ৰাছুৰ মুখ্য কাৰ্য্যালয়ত সংবাদমেল অনুষ্টিত কৰি কোঁচৰাজবংশী সকলৰ জনজাতীকৰন আৰু পৃথক কমতপুৰ গঠনৰ ক্ষেত্ৰত চৰকাৰে অতিশীঘ্ৰেই ব্যৱস্থা গ্ৰহন কৰাৰ দাবী জনায় ।। Body:আজি বিয়লি বঙাইগাঁওস্থিত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুয়ে সংবাদমেল যোগে কোঁচ ৰাজবংশী সকলক অতি শীঘ্ৰেই জনজাতীকৰন কৰাৰ দাবী জনায় । আক্ৰাছুৰ সভাপতি অৰুন ৰায়,মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মন সহ সাধাৰন সম্পাদক,মহিলা সমিতিৰ সভানেত্ৰী-সম্পাদিকা উপস্থিত থাকে এই সংবাদমেলত ।

বাইট : হিতেশ্বৰ বৰ্মন ,আক্ৰাছুৰ উপদেষ্টা । Conclusion:কোঁচৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতীকৰন আৰু পৃথক কমতাপুৰৰ বিষয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আলোচনা ক্ৰমে চুড়ান্ত কৰাৰ দাবী জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.