ETV Bharat / state

পথ দুৰ্ঘটনাত নিহত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক

author img

By

Published : Nov 3, 2019, 11:01 AM IST

সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো বঙাইগাঁৱৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সাধাৰণ সম্পাদকগৰাকীক বঙাইগাঁও জিলা আছুৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব  ।

পথ দুৰ্ঘটনাত নিহত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক

বঙাইগাঁও,3 নৱেম্বৰ : বঙাইগাঁৱত শনিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱানন ৰায় । ঘটনা অনুসৰি, বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱানন ৰায়ে উত্তৰ শালমাৰাত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সভা সামৰি মানিকপুৰৰ নিজ ঘৰলৈ আহি আছিল ৷ মটৰ চাইকেলৰে আহি থকা অৱস্থাত জিলাখনৰ সিদলসতিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় দেৱানন । দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে মালবাহী ট্ৰাক খনে ৷ সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো বঙাইগাঁৱৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সাধাৰণ সম্পাদকগৰাকীক বঙাইগাঁও জিলা আছুৰ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব ।

Intro:নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক দেৱানন ৰায়। শোকৰ ছা বঙাইগাঁওত ।

Body:বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক দেৱানন ৰায় উত্তৰ শালমাৰা আছুৰ সভা সামৰি মানিকপুৰৰ ঘৰলৈ নিজৰ মটৰ ছাইকেলেৰে (এএচ ১৯কে_২০২৭)আহি থকা অৱস্থাত জিলাখনৰ সিদলসতিত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত মালবাহি গাড়ীয়ে খুন্দিয়াই নিহত কৰে । দুৰ্ঘটনা সংঘটিত কৰি দ্ৰুত পলায়ন কৰে মালবাহি ট্ৰাকখনে । সাম্প্ৰতি মৰনোত্তৰ পৰিক্ষাৰ বাবে মৃতদেহ বঙাইগাঁওৰ অসামৰিক চিকিৎসালয়ত ৰাখিছে যদিও খন্তেক পিচতে মৰনোত্তৰ পৰিক্ষাৰ অন্তত মৃতদেহ বঙাইগাঁও জিলা আছুৰ কাৰ্য্যালয়ত শ্ৰদ্ধাঞ্জলি জনাব ।

Conclusion:এই দুৰ্ঘটনাৰ পিচতে সমগ্ৰ বঙাইগাঁওত শোকৰ ছা বিয়পি পৰে । বিভিনছন জনে চিকিৎসালয়লৈ দৌৰি আহে খবৰ লবলৈ।।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.