ETV Bharat / state

CAA বিৰোধীতাৰে বঙাইগাঁৱত আম আদমি পাৰ্টিৰ ধৰ্ণা - বঙাইগাঁৱত আম আদমি পাৰ্টিৰ ধৰ্ণা

প্ৰতিবাদস্থলীৰ পৰাই বিধানসভাৰ অধ্যক্ষলৈ CAA বিৰোধীতাৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে বঙাইগাও জিলা সমিতিয়ে ৷

আম আদমি পাৰ্টিৰ ধৰ্ণা
আম আদমি পাৰ্টিৰ ধৰ্ণা
author img

By

Published : Mar 6, 2020, 5:35 PM IST

Updated : Mar 6, 2020, 5:51 PM IST

বঙাইগাঁও, 6 মাৰ্চঃ শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে বঙাইগাঁও জিলাৰ পাগালাস্থানত দুইঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে আম আদমি পাৰ্টিয়ে ৷ প্ৰতিবাদস্থলীৰ পৰাই বিধানসভাৰ অধ্যক্ষলৈ CAA বিৰোধীতাৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে বঙাইগাঁও জিলা সমিতিয়ে ৷ নাগৰিকত্ব সংশোধনী আইনখন অসমত যাতে প্ৰযোজ্য নকৰে সেই দাবীত বিধানসভাৰ মজিয়াত প্ৰস্তাৱ ল'বলৈ দাবী জনায় আম আদমি পাৰ্টিয়ে ৷

লগতে পঢ়কঃ বিধান সভাত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্তিমখন বাজেট
Last Updated : Mar 6, 2020, 5:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.