ETV Bharat / state

বঙাইগাঁওত আক্ৰাছুৰ ২৯ সংখ্যক প্ৰতিষ্টা দিৱস - আক্ৰাছু

সোমবাৰে সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ ২৯ সংখ্যক প্ৰতিষ্টা দিৱস ৷ বঙাইগাঁও কেন্দ্ৰীয় কাৰ্য্যালয়ত দিনযোৰা কাৰ্য্যসূচিৰে পালন কৰা হয় ।

বঙাইগাঁওত আক্ৰাছুৰ ২৯ সংখ্যক প্ৰতিষ্টা দিৱস
author img

By

Published : Jul 29, 2019, 7:41 PM IST

বঙাইগাঁও, 29 জুলাইঃ আজি বঙাইগাঁওত পালন কৰা হয় সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ দিনযোৰা কাৰ্যসূচিৰে বঙাইগাঁও কেন্দ্ৰীয় কাৰ্য্যালয়ত উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ ৷

বঙাইগাঁওত আক্ৰাছুৰ ২৯ সংখ্যক প্ৰতিষ্টা দিৱস

আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে আক্ৰাছুৰ পতাকা উত্তোলন কৰে লগতে কোঁচ ৰাজবংশী মহিলা সমিতি,কোঁচ ৰাজবংশী সাংস্কৃতিক মঞ্চ, আৰু চিলাৰায় সেনাৰো পতাকা উত্তোলন কৰে । আক্ৰাছুৰ ২৯ সংখ্যক জন্ম দিন উপলক্ষে উত্তোলন কৰা হয় ২৯ খনকৈ পতাকা উত্তোলন কৰি ৷ ইপিনে জনজাতিকৰণ আৰু পৃথক ৰাজ্য কমতাপুৰ লৈ চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰা বুলি কয় আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে ।

Intro:বঙাইগাঁওত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ ২৯ সংখ্যক প্ৰতিষ্টা দিৱস দিনযোৰা কাৰ্য্যসুচিৰে উদযাপন ।

Body:আজি সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ ২৯ সংখ্যক প্ৰতিষ্টা দিৱস দিনযোৰা কাৰ্য্যসুচিৰে বঙাইগাঁও কেন্দ্ৰীয় কাৰ্য্যালয়ত উদযাপন কৰে । কাৰ্য্যসুচি অনুসৰি আক্ৰাছুৰ সভাপতি অৰুন ৰায়ে আক্ৰাছুৰ পতকা উত্তোলন কৰে লগতে কোঁচ ৰাজবংশী মহিলা সমিতি,কোঁচ ৰাজবংশী সাংস্কৃতিক মঞ্চ, আৰু চিলাৰায় সেনাৰো পতকা উত্তোলন কৰে ।তাৰ পিচতে আক্ৰাছুৰ ২৯ টা পতকা উত্তোলন কৰে আক্ৰাছুৰ ২৯ সংখ্যক জন্ম দিন উপলক্ষে । ইয়াৰ পিচতে আক্ৰছুৰ সাধাৰন সম্পাদক গোকুল বৰ্মনে শ্বহিদ তৰ্পন কৰাৰ পিচতে অন্যান্য কাৰ্যসুচি অনুষ্টিত হয় ।
জনজাতিকৰন আৰু পৃথক ৰাজ্য কমতাৰ লৈ চৰকাৰে বাৰে বাৰে প্ৰতাৰনা কৰি থকা বুলি স্পষ্ট ভাৱে জনায় আক্ৰাছুৰ সভাপতি অৰুন কুমাৰ ৰায়ে । পৰৱৰ্তি কাৰ্য্যনিৰ্ব্বাহকত আন্দোলন কাৰ্য্যসুচি ঘোষনাৰ সিদ্ধান্ত লোৱা হব বুলিও জনায় সভাপতি জনে ।

বাইট : অৰুন কুমাৰ ৰায়,সভাপতি আক্ৰাছু ।

Conclusion: আক্ৰাছুৰ এই ২৯ সংখ্যক প্ৰতিষ্টা দিৱসত সংগঠনটো প্ৰাক্তন কৰ্মকৰ্তা সকলক সম্ভৰ্ধনা জনায় আক্ৰাছুয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.