বঙাইগাঁও, ১৩ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বঙাইগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ব্যতিক্ৰমী প্ৰতিবাদ। বিধায়ক বাতিলৰ দাবীত ৰাজপথত অদৃষ্টজনক প্ৰাৰ্থনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
CAB বাতিলৰ দাবীত ঈশ্বৰক প্ৰাৰ্থনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
সৰ্বানন্দ-হিমন্ত নিপাত যাওঁক শ্ল'গানেৰে বিধায়ক বাতিলৰ দাবী
Breaking News
বঙাইগাঁও, ১৩ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বঙাইগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ব্যতিক্ৰমী প্ৰতিবাদ। বিধায়ক বাতিলৰ দাবীত ৰাজপথত অদৃষ্টজনক প্ৰাৰ্থনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
Intro:বঙাইগাঁওত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে আজি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰি আজি এক ব্যাতিক্ৰমি কাৰ্যসুচি ৰূপায়ন কৰে বঙাইগাঁওৰ ৰাজপথত । জাতিধ্বংশী নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় । সন্মুখত জাতীয় খলনায়ক মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নাগৰিকত্ব সংশোধনি বিধেয়েকৰ প্ৰতিলিপি সন্মুখত লৈ এই প্ৰাৰ্থনা কাৰ্যসুচি লয়। সৰ্ব্বানন্দ নিপাত যাওক, হিমন্ত নিপাত যাওক,আগন্তক লোকসভা নিৰ্ব্বাচনত বিজেপি নিপাত যাওক ইত্যাদি শ্লোগানেৰে প্ৰাৰ্থনা জনায় ।
আজি যাতে কোনোপধ্যে নাগৰিকত্ব সংশোধনি বিধেয়ক ৰাজ্যসভাত গৃহিত নহয় তাৰ বাবেও প্ৰাৰ্থনা জনায়।
বাইট : দুটা বাইট দিলো ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
Body:বাইট : দুটা বাইট দিলো ।
Conclusion:আজি যাতে কোনোপধ্যে নাগৰিকত্ব সংশোধনি বিধেয়ক ৰাজ্যসভাত গৃহিত নহয় তাৰ বাবেও প্ৰাৰ্থনা জনায়।